• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চল চাই চাপৰি; মুখ্যমন্ত্ৰী হিমন্তক শুভেচ্ছা, প্ৰমোদ বড়োৰ সৈতে একেলগে চাহ খালে হাগ্ৰামা মহিলাৰীয়ে

কিমান আৰু গালি পাৰি থাকিব? হিমন্ত মুখ্যমন্ত্ৰী হোৱাক লৈ সুখী সুযোগ সন্ধানী হাগ্ৰামা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 10, 2021 6:36 pm
Hagrama and pramood(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চল চাই চাপৰি বজোৱাত পাকৈত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

বিটিছি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক গালি-শপনি পাৰি আহিছিল আৰু হিমন্ত বিশ্ব শৰ্মা কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে বুলিও প্ৰসংগক্ৰমে দাবী কৰিছিল।

Apply Now

তাৰোপৰি, বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাজোঁটত চামিল হৈ বিজেপিৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছিল হাগ্ৰামা মহিলাৰীয়ে।

কিন্তু সেই হাগ্ৰামা মহিলাৰীয়ে এতিয়া হিমন্ত বিশ্ব শৰ্মাই হওঁক বা বিজেপিয়ে হওঁক কাৰো বিৰুদ্ধে ক্ষোভ নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ বাবে নিজকে সুখী বুলি দাবী কৰাৰ লগতে তেওঁৰ এজন ভাল বন্ধু বুলিও দাবী কৰে।

তেওঁ কয় ‘হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে খুব ভাল লাগিছে। আমাৰেই বন্ধু, খুব ভাল বন্ধু। নিৰ্বাচনৰ সময়ত কথাৰ কিবা কিবি হৈছিল সেইবোৰ এতিয়া বাদ দিয়ক।‘

ইপিনে, কিছুদিনৰ পূৰ্বে মহাজোঁটৰ অংশীদাৰ হোৱা হাগ্ৰামাই বিপিএফৰ পূৰ্বৰ দৰেই বিজেপিৰ সৈতে সম্পৰ্ক থাকিব বুলিও দাবী কৰে।

সাংবাদিকে নিৰ্বাচনৰ পূৰ্বৰ কথা সোঁৱৰাই দিয়াত তেওঁ কয় ‘আমাৰ আগৰ যি সম্পৰ্ক আছিল সেয়া একেই থাকিব। এতিয়া খুব ভাল যোগাযোগ আছে নিৰ্বাচনৰ কথাবিলাক বাদ দিয়ক। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাত ভাল পাইছো আৰু আমি শুভেচ্ছাও জনাইছো।‘

উল্লেখযোগ্য যে, নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাইয়ো হাগ্ৰামা মহিলাৰীক গ্ৰেপ্তাৰ কৰি জেইলত ভৰোৱাৰ হুংকাৰ দিছিল।

ইপিনে, শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে বিপিএফৰ চিৰবৈৰী য়ুপিপিএলৰ সভাপতি তথা বিটিছি প্ৰধান প্ৰমোদ বড়োৰ সৈতে একেখন মেজতে বহি আহাৰ গ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে।

ইতিমধ্যে সেই ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

সুযোগ সন্ধানী হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে বহুবাৰ নিজৰ স্থিতি সলনি কৰিছিল আৰু এয়া হাগ্ৰামা মহিলাৰীৰ বাবে কোনো নতুন নহয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd