• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে কঁকালত মৰা কোব পাহৰা নাই হাগ্ৰামাই, হেলিকপ্তাৰত উঠি গ’ল প্ৰচাৰ চলাবলৈ

কংগ্ৰেছ মিত্ৰজোঁটে ৭০ তকৈও অধিক আসন লাভ কৰিব: হাগ্ৰামা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 10, 2021 2:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত কংগ্ৰেছ মিত্ৰজোঁট দলৰ  চৰকাৰ হব আৰু ৭০ তকৈও অধিক আসন মিত্ৰজোঁটে লাভ কৰিব। এই দাবী বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীৰ।

বিটিচি নিৰ্বাচনৰ পিছত বিজেপিয়ে কৰা প্ৰতাৰণাৰ কথা পাহৰি যোৱা নাই  হাগ্ৰামাই।

Apply Now

সেয়ে যিকোনো প্ৰকাৰে বিজেপি মিত্ৰজোঁটক পৰাবূত কৰিবলৈ কঁকালত টঙালি বান্ধিছে হাগ্ৰামাই।

আজিৰে পৰাই আৰম্ভ হল হাগ্ৰামাৰ নিৰ্বাচনী হেলিকপ্টাৰ যাত্ৰা।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোয়ন পত্ৰ দাখিলৰ দিনা কংগ্ৰেছৰ সভাপতি ৰিপুন ব‌ৰাক সংগ দিবলৈ হেলিকপ্টাৰ আহিল কোকৰাঝাৰলৈ।

a man

বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীক ” Pick up” কৰিবলৈ কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত উপস্থিত হল হেলিকপ্টাৰ।

উজনি অসমত মিত্ৰজোট কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব হাগ্ৰামা মহিলাৰীয়ে।

ষ্টাৰ কেম্পেইনাৰ ৰূপত হাগ্ৰামা মহিলাৰীয়ে যাত্ৰা কৰাৰ পুৰ্বে সংবাদ মাধ্যমৰ আগত দাবী কৰে যে কংগ্ৰেছ মিত্ৰজোঁট দলৰ অসমত চৰকাৰ হব সেয়া নিশ্চিত আৰু ৭০ তকৈও অধিক আসন মিত্ৰজোঁটে লাভ কৰিব।

উল্লেখ্য বিটিচি নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰাৰ পিছতো বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম ভংগ কৰি বিপিএফৰ সলনি প্ৰমোদ বড়োৰ ইউপিপিএলকহে সমৰ্থন দিছিল।

ফলত বিটিচিত চৰকাৰ গঠনৰ পৰা বঞ্চিত হৈছিল হাগ্ৰামা মহিলাৰীৰ দল।

বিপিএফৰ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই আক্ষেপেৰে কৈছিল যে বিজেপিয়ে বিপিএফক কুকুৰৰ দৰে ব্যৱহাৰ কৰিছে।

সেয়ে বিজেপিৰ প্ৰতাৰণাৰ পোতক তুলিবলৈ সাজু হৈছে হাগ্ৰামা।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd