• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লী-দিছপুৰে Betray নকৰিলে বিটিচিত বিজেপি-বিপিএফৰেই চৰকাৰ হ’ব: হাগ্ৰামা

হোটেল লিলিত বিজেপি আৰু ইউপিপিএলৰ বিজয়ী প্ৰাৰ্থীসকলৰ ফটো ছেছন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 13, 2020 10:56 am

2 min read

aaa democracy-being-violated-in
496
VIEWS
Share on FacebookShare on Twitter

আলোচনাৰ গতিধাৰাই যদিও বিটিচিত বিজেপি-ইউপিএলৰ চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰকট কৰিছে তথাপি  সংবাদমেল পাতি বিজেপিক মিত্ৰতাৰ ধৰ্ম সোঁৱৰাই দিলে হাগ্ৰামা মহিলাৰীয়ে।

বিটিচিৰ শেহতীয়া নিৰ্বাচনী পট পৰিবৰ্তনে একপ্ৰকাৰ দিশহাৰা কৰি তোলা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি পুৱা ১০.২৫ বজাত কোকৰাঝাৰাত অনুষ্ঠিত কৰে এখন সংবাদমেল।

বিটিচিৰ নিৰ্বাচনত ১৭ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ আসন লাভ কৰা দলত পৰিণত হোৱা বিপিএফে এতিয়া কেৱল বিজেপিৰ সমৰ্থন পালেহে বিটিচিত চৰকাৰ গঠন কৰিব পাৰিব।

চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিয়ে বিপিএফক এতিয়াও সহায় কৰিব বুলি আশাবাদী হাগ্ৰামা মহিলাৰী।

কোকৰাঝাৰত আয়োজিত সংবাদমেলত সেই আশাই ব্যক্ত কৰি হাগ্ৰামাই কয় যে ২০১৬ চনৰ পৰাই বিধানসভাত বিজেপিৰে মিত্ৰতা অব্যাহত আছে।

দিল্লীতো বিজেপিৰে বিপিএফৰ মিত্ৰতা বাহাল আছে।

এনে পৰিস্থিতিত বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম মানি চলি বিপিএফক চৰকাৰ গঠনৰ ক্ষেত্ৰত সহায় কৰিবলৈ হাগ্ৰামাই গেৰুৱা দলটোৰ শীৰ্ষ নেতৃত্বক আহ্বান জনায়।

তেওঁ কয় যে যদি দিল্লী-দিছপুৰত বিজেপিয়ে Betray নকৰে তেন্তে বিটিচিত বিজেপি-বিপিএফৰেই চৰকাৰ হ’ব।হিমন্ত বিশ্বৰ সৈতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত হোৱা তিক্ত বাক্ যুদ্ধৰ কথা এতিয়া পাহৰি যোৱা বুলিও হাগ্ৰামাই সংবাদমেলত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ লগতে কয় যে বিধানসভাত বিজেপিৰে থকা মিত্ৰতা এতিয়াও বাহাল আছে আৰু ভৱিষ্যতেও থাকিব।

ইপিনে গুৱাহাটী মহানগৰীৰৰ হোটেল লিলিত আজি পুৱা বিজেপি আৰু ইউপিপিএলৰ বিজয়ী প্ৰাৰ্থীসকলে এক ফটো ছেছন কৰে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনলৈ যাত্ৰা কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd