• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলাবৃষ্টিৰ ফলত মঙলদৈত ব্যাহত স্বাভাৱিক জীৱন যাত্ৰা

Mayukh Goswami ময়ূখ গোস্বামী
মঙলদৈ , January 6, 2020 11:32 am

1 min read

111111-1140x570

মঙলদৈত দেওবাৰে হোৱা শিলাবৃষ্টিৰ এটি দৃশ্য। ফটো: নৰ্থইষ্ট নাও

886
VIEWS
Share on FacebookShare on Twitter

মঙলদৈ চহৰত দেওবাৰে গধূলি অহা এজাক শিল বৰষুণে শীতৰ প্ৰকোপ বৃদ্ধি কৰে আৰু নাগৰিকসকলক ঘৰৰ ভিতৰতে আৱদ্ধ থাকিবলৈ বাধ্য কৰে।

সন্ধিয়া প্ৰায় ৭-৩৫ বজাত আৰম্ভ হোৱা শিলাবৃষ্টি ৩০ মিনিটতকৈয়ো অধিক সময় অব্যাহত থাকে।

বৰষুণৰ লগত পৰা শিলসমূহ সৰুৰ পৰা মজলীয়া আকাৰৰ আছিল আৰু সন্ধিয়াৰ ব্যস্ত বজাৰলৈ অহা একাংশ লোকৰ লগতে বাহনসমূহতো এই শিলাবৰ্ষণে আঘাত কৰে।

অৱশ্যে ইয়াৰ ফলত কোনো জীৱন তথা সম্পত্তিৰ ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই।

সম্ভাৱ্য কোনো দুৰ্ঘটনা এৰাই চলিবৰ বাবে তাৎক্ষণিকভাৱে বিদ্যুৎ সংযোগ বিছিন্ন কৰি দিয়া হয় আৰু গোটেই চহৰখন অন্ধকাৰত নিমজ্জিত হৈ পৰে।

অৱশ্যে, পাছত বিদ্যুৎ সংযোগ পুনৰ দিয়া হয়।

শিল-বৰষুণ জাকৰ পাছতে অভূতপূৰ্বভাৱে বৃদ্ধি পোৱা শীতৰ প্ৰকোপত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে।

চহৰখনৰ লোকসকল ঘৰৰ ভিতৰত সোমাই পৰে আৰু ৰুম হিটাৰ লগাই বা জুই জ্বলাই উত্তাপ লোৱাৰ চেষ্টা কৰে।

তদুপৰি, মজলীয়া আকাৰৰ শিলৰ লগতে প্ৰবল বৰষুণৰ ফলত ৰবি শস্যৰ খেতি পথাৰ তথা শাক-পাচলিৰ বিস্তৰ ক্ষতিসাধন হয় যাৰ ফলত খেতিয়কসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd