• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চুলিত ৰং লগোৱাসকলে সাৱধান হওক; নহ’লে হ’ব পাৰে এই পাৰ্শ্ব ক্ৰিয়াসমূহৰ চিকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2020 7:19 pm
bb321e27-a070-42e3-8964-888798b760f1-fotolia_130220832_subscription_monthly_m

প্ৰতিনিধিত্বমূলক ফটো

3.4k
VIEWS
Share on FacebookShare on Twitter

চুলিত ৰং লগাই নিজকে ডেকা বা গাভৰু সজাই ৰখাৰ চেষ্টা কৰাটো কেতিয়াও বেয়া কথা হ’ব নোৱাৰে। কিন্তু বয়স ঢাকি ৰখাৰ এই প্ৰচেষ্টাৰ মাজত আমাৰ শৰীৰৰ বাবে কিছু নেতিবাচক দিশো জড়িত হৈ আছে।

চুলিত ৰং সনাৰ ধূম বৰ্তমান বহুলভাৱে হৈছে যদিও ইয়াৰ কিছুমান পাৰ্শ্ব ক্ৰিয়া আছে যিটো জানি সাৱধান হোৱা ভাল।

চুলিত ৰং সানিবলৈ যি ৰং ব্যৱহাৰ কৰা হয় তাত পেৰাফেনিলেনেয়মিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। ইয়াৰ দ্বাৰা কিছুমান লোকৰ এলাৰ্জী হ’ব পাৰে।

ইয়াক পৰীক্ষা কৰিবলৈ কানৰ পিছপিনে সামান্য ৰং লগাওক আৰু ২৪ ঘন্টা থাকিবলৈ দিয়ক। ইয়াত যদি সংক্ৰমণ নঘটে তেতিয়াহ’লে এই ৰং ব্যৱহাৰ কৰিব পৰা যায়।

যিবোৰ হেয়াৰ কালাৰ আমি ব্যৱহাৰ কৰো, তাত এক প্ৰকাৰৰ ‘পাৰছাল্ফেট’ নামৰ কেমিকেল পোৱা যায়। এই কেমিকেলৰ ফলত এজমা ৰোগীৰ কাৰণে মাৰাত্মক হৈ পৰিব পাৰে। ইয়াৰ গন্ধৰ ফলতেই ৰোগীৰ শ্বাস লোৱাটো কঠিন হৈ পৰিব পাৰে।

যদি আপোনাৰ ছাল সংবেদনশীল তেতিয়াহ’লে হোয়াৰ কালাৰৰ ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থকা ভাল। কিয়নো ইয়াৰ ফলত শীঘ্ৰেই সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুসময়ত গাত খজুৱতি হোৱাৰ লগতে ৰঙা ৰঙা দাগৰ সৃষ্টি হ’ব পাৰে।

বাৰে বাৰে হেয়াৰ কালাৰৰ ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ চুলি সৰা সমস্যাই দেখা দিব পাৰে। লগতে আপোনাৰ চুলিৰ দৃঢ়তাক প্ৰভাৱিত কৰিব পাৰে। হেয়াৰ কালাৰত ব্যৱহাৰ হোৱা কেমিকেল আপোনাৰ শৰীৰৰ বাবে উপযোগী নহ’বও পাৰে।

আমি যেতিয়া হেয়াৰ কালাৰ চুলিত লগাও, তেতিয়া এই কালাৰ আমাৰ চকুলৈও যাব পাৰে। ইয়াৰ ফলত আমাৰ চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে। কিয়নো ইয়াত থকা কেমিকেল ইমান মাৰাত্মক যে ই চকুৰ ৰেটিনাত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ধাৰাবাহিকভাৱে হেয়াৰ কালাৰ ব্যৱহাৰ কৰিলে ইয়াত থকা কেমিকেলে আমাৰ চুলিৰ বিকাশত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত তপা হোৱাৰ বিড়ম্বনাও আহিব পাৰে।

আমি ব্যৱহাৰ কৰা হেয়াৰ কালাৰ কিছুমানত এনেধৰণৰ কেমিকেলো থাকে যিয়ে শৰীৰত কেঞ্চাৰৰ বিপদ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ছালৰ কেল্চাৰ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে, এবাৰ লগোৱাৰ সময়ত যদি ছালৰ এলাৰ্জী দেখা দিয়ে তেতিয়াহ’লে তাক বৰ্জন কৰা উচিত।

হেয়াৰ কালাৰ লগোৱাৰ সময়ত বজাৰৰ পৰা যিকোনো সস্তা দামৰ হেয়াৰ কালাৰ আনি ব্যৱহাৰ নকৰিব। হেয়াৰ কালাৰ ক্ৰয় কৰাৰ সময়ত সেয়া এম’নিয়া মুক্ত হয়নে নহয় তালৈ লক্ষ্য ৰাখিব।

যদি মূৰত আঘাত থাকে বা ঘা হৈ থাকে তেতিয়াহ’লে হেয়াৰ কালাৰৰ ব্যৱহাৰ কেতিয়াও নকৰিব।

আপুনি যদি প্ৰথমবাৰ হেয়াৰ কালাৰ ব্যৱহাৰ কৰে তেতিয়া অলপমান ব্যৱহাৰ কৰি চাই ল’ব যাতে ইয়াৰ পৰা এলাৰ্জী হয়নে নহয় তাক চাই ল’ব পাৰি।

হেয়াৰ কালাৰ ব্যৱহাৰ কৰাৰ সময়ত ইয়াত থকা আৱশ্যকীয় নিৰ্দেশনা পঢ়ি চোৱা উচিত আৰু ইয়াক শিশুই চুব নোৱাৰাকৈ আঁতৰাই ৰখা উচিত।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd