• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাজোত ব্যক্তিগত প্ৰতিষ্ঠানৰ মালিকৰ কাণ্ড; যুৱতী কৰ্মচাৰীয়ে দৰমহা বিচাৰিলে প্ৰস্তাৱ দিয়ে শাৰীৰিক সম্পৰ্কৰ

মৃদুল প্রীতম ডেকা by মৃদুল প্রীতম ডেকা
November 6, 2018 8:10 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰি কেইগৰাকীমান যুৱতী বলি হ’বলগীয়া হৈছে যৌন নিৰ্যাতনৰ। এই ভয়ংকৰ কাণ্ড পোহৰলৈ অহাত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কামৰূপৰ হাজোত।

ধ্ৰুৱজ্যোতি বৈশ্য আৰু নয়নমণি বায়ন নামৰ দুজন লম্পটে নিজকে BRIGHT CAREER MANAGEMENT INSTITUTE OF NORTH EAST নামৰ প্ৰতিষ্ঠানটোৰ বিষয়া বুলি পৰিচয় দি দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানটোত কৰ্মৰত যুৱতীসকলক চলাই আহিছিল অকথ্য নিৰ্যাতন।

Apply Now

জানিব পৰা মতে হাজোস্থিত উক্ত প্ৰতিষ্ঠানখনে চাকৰিৰ বাবে শিক্ষিত যুৱক-যুৱতী বিচাৰি বিজ্ঞাপন জাৰি কৰিছিল। আৰু ইয়াৰ পাছতে চাকৰিত যোগদান কৰা বহু যুৱতীৰ ওপৰত প্ৰতিষ্ঠানটোৰ লম্পট বিষয়া দুজনে ধাৰাবাহিকভাৱে যৌন নিৰ্যাতন আৰম্ভ কৰে। এই কাৰ্যত অতিষ্ঠ হৈ ইতিমধ্যে বহু যুৱতীয়ে প্ৰতিষ্ঠান এৰিবলৈ বাধ্য হৈছিল।

উল্লেখ্য যে সন্মান হানি হোৱাৰ ভয়ত কৰ্মৰত যুৱতীসকলে প্ৰতিষ্ঠানটোৰ বিষয়া দুজনৰ বিৰুদ্ধে মৌনতা অৱলম্বন কৰি আহিছিল যদিও এইবাৰ কিন্তু লম্পট বিষয়া দুজনৰ বিৰুদ্ধে সাহসেৰে থিয় দিছে প্ৰতিষ্ঠানটোতে কৰ্মৰত দুই যুৱতীয়ে।

প্ৰতিষ্ঠানটোৰ বিষয়া দুজনৰ বিৰুদ্ধে যুৱতী দুগৰাকীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে মাহৰ মূৰত দৰমহা বিচাৰিলেই শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিয়ে প্ৰতিষ্ঠানটোৰ বিষয়া দুজনে। তদুপৰি বাথৰুমলৈ গ’লে ভিডিঅ’ ৰেকৰ্ডিং কৰি ব্লেক মেইলিং কৰে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে যুৱতী দুগৰাকীয়ে।

নিজৰ প্ৰাপ্য বিচাৰিলেই প্ৰতিষ্ঠানটোৰ লম্পট বিষয়া দুজনে যুৱতী দুগৰাকীক বাৰে বাৰে নৈশ যাপনৰ প্ৰস্তাৱ দিয়া কাৰ্যত অতিষ্ঠ হৈ অৱশেষত লম্পট বিষয়া দুজনৰ বিৰুদ্ধে হাজো থানাত এজাহাৰ দাখিল কৰে।

হাজো আৰক্ষীয়ে এজাহাৰৰ ভিত্তিতে লগে লগে প্ৰতিষ্ঠানটোৰ বিষয়া দুজন ক্ৰমে ধ্ৰুৱজ্যোতি বৈশ্য আৰু নয়নমণি বায়নক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে। আটকাধীন যুৱক দুজন বৰপেটাৰ বুলি জানিব পৰা গৈছে।

মৃদুল প্রীতম ডেকা

মৃদুল প্রীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd