• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দালাল ৰাজত অতিষ্ঠ জনতা! হাজোৰ এইটো অঞ্চলত সমূহীয়া ভাৱে বৰ্জন কৰিলে সুমন হৰিপ্ৰিয়াক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2021 5:43 pm

1 min read

Assam_BJP_MLA1
372
VIEWS
Share on FacebookShare on Twitter

সমাগত বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যতে এতিয়া উথপথপ নিৰ্বাচনী পৰিৱেশ।

ব্যতিক্ৰম নহয় ৫৫নং হাজো বিধান সভা সমষ্টিও।

মনোনয়ন পৰ্ৱ শেষ হোৱাৰ পিছতে এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিজৰ নিজৰ প্ৰচাৰ কাৰ্য্য।

আসন্ন বিধান সভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা পুণৰ প্ৰাৰ্থীত্ব আগবঢ়োৱা বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে এতিয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ তুংগত উঠা যেন পৰিলক্ষিত হৈছে।

নিজৰ কৃত কৰ্মৰ বাবে জনৰোষৰ সন্মুখীন হৱলগীয়া হৈছে বিধায়িকা সুমন হৰিপ্ৰিয়া।

শ্বহীদ খগেন ভৰালী গাওঁ পঞ্চায়ত এলেকাৰ এটা বৃহৎ চুবুৰীৰ ৰাইজ গয়ৰহে ৰাজহুৱা সভা অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচনৰ সময়ত বৰ্জনৰ সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে বিধায়িকা সুমন হৰিপ্ৰিয়াক।

নিৰ্বাচনত সুমন পৰিপ্ৰিয়াৰ প্ৰতি কোনো ধৰণৰ সহযোগিতা নকৰাৰ  পণ লৈছে মলিদাপাৰা চুবুৰীৰ ৰাইজ গয়ৰহে।

উল্লেখযোগ্য যে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত অহা ১৬লাখ টকাৰ পথ নিৰ্মাণ সম্পৰ্কীয় এক বিষয়ত বিধায়িকা সুমন হৰিপ্ৰিয়াই উক্ত ৰাইজ গয়হৰক অৱজ্ঞা কৰাৰ গুৰুতৰ অভিযোগ উথ্বাপিত হৈছে।

অঞ্চলটোৰ বাবে আৱণ্টিত এটা পথ কাটি নি অইন ঠআইত দিয়াৰ বাবেই  উক্ত অঞ্চলৰ ৰাইজে সুমন হৰিপ্ৰিয়াক বৰ্জন কৰা বুলি ৰাইজে প্ৰকাশ কৰিছে।

Tags: Assam Election

Recent News

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

IMG-20210421-WA0040(1)

বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত দুই বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd