• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Handique Girls College: সন্দিকৈ মহাবিদ্যালয়ক মাইক্ৰ’ কন্টেইনমেন্ট জ’ন ঘোষণা; স্থগিত কৰা হ’ল সকলো পাঠদান,পৰীক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2021 8:17 pm
Handique-Girls-College-Guwahati-750x375

ফাইল ফটো।

325
VIEWS
Share on FacebookShare on Twitter

Handique Girls College শেহতীয়াকৈ মহানগৰীত ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি পোৱা দেখা গৈছে। বিশেষকৈ শিক্ষানুষ্ঠান কিছুমানত শিক্ষক তথা শিক্ষাৰ্থী কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত সাময়িকভাৱে সংশ্লিষ্ট শিক্ষানুষ্ঠান সাময়িকভাৱে বন্ধ ৰখাও হৈছে।

ইয়াৰ মাজতে গুৱাহাটী মহানগৰীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ কেইবাগৰাকীও ক’ভিড-১৯ আক্ৰান্ত হোৱাৰ পাছত মহাবিদ্যালয়খনক মাইক্ৰ’ কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।

মহাবিদ্যালয়খনৰ সকলো শ্ৰেণীৰ পাঠদানৰ লগতে পৰীক্ষাসমূহো পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত কৰা হৈছে।

FFhrLijVQAYv2hD

মহাবিদ্যালয়খনৰ অধ্যক্ষ উৎপল দত্তই বুধবাৰে জাৰি কৰা জাননীত কোৱা হৈছে যে  মহাবিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষাৰ্থী তথা কৰ্মচাৰীৰ ক’ভিড-১৯ ধৰা পৰাৰ পাছত কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে এক নিৰ্দেশযোগে ১ডিচেম্বৰ পৰা অহা ৭ ডিচেম্বৰলৈকে ৭দিনৰ বাবে মহাবিদ্যালয়খনক মাইক্ৰ’ কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

চৌহদৰ ভিতৰত অকৰ্তৃত্বশীল লোক তথা বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

আনহাতে, মহাবিদ্যালয়খনৰ সকলো বিভাগকে অনলাইন শ্ৰেণী চলাই যাবলৈ নিৰ্দেশ দিয়া হৈছে।   

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd