• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 14, 2022 7:56 pm
164
VIEWS
Share on FacebookShare on Twitter

এইবাৰ ব্যাপক হাৰত কাশ্মীৰত উৰিছে ভাৰতৰ জাতীয় পতাকা ৷কাশ্মীৰৰ উত্তৰ-পশ্চিম অংশৰ নিয়ন্ত্ৰণ ৰেখাৰ গুৰেজ উপত্যকাৰ বাসিন্দাসকলে দেশপ্ৰেমৰ চানেকি দাঙি ধৰি জাতীয় পতাকী উৰুৱায়৷যোৱা সাত দশক ধৰি সেই এলেকাটোৰ বহু বাসিন্দাই জাতীয় পতাকা উৰুওৱা নাছিল৷

কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম ঘটিছে৷ গুৰেজ উপত্যকাৰ লোকসকলে ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পতাকা উত্তোলন কৰিছে। ইমান দিনে কেৱল বন্দুকৰ গুলীৰ শব্দ আৰু বিস্ফোৰকৰ মাজত বাস কৰা উপত্যকাটোৰ লোকে নিজ হাতেৰে ত্ৰিৰংগা প্ৰস্তুত কৰি উত্তোলন কৰে৷ অঞ্চলটোৰ মহিলাসকলে সেনা-পৰিচালিত দক্ষতা বিকাশ অভিযানৰ অধীনত ৰাষ্ট্ৰীয় পতাকা চিলাই কৰাৰ প্ৰশিক্ষণ লৈছে।

এই অভিযানৰ অধীনত প্ৰায় ৭৫ গৰাকী মহিলাই ভাৰতীয় সেনাৰ সহায়ত দক্ষতা বিকাশ কেন্দ্ৰত ৭ দিনৰ ভিতৰত প্ৰায় ৭৫০ খন ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰিছে। গুৰেজ উপত্যকাৰ ঘৰ আৰু কাৰ্যালয়ৰ ছাদত সেইবোৰ পতাকা উত্তোলন কৰা হ’ব।

দাৱাৰৰ দক্ষতা বিকাশ কেন্দ্ৰটো মোজাইক প্ৰাইভেট লিমিটেড, এনএইচপিচি আৰু অসামৰিক প্ৰশাসনৰ সহযোগত স্থাপন কৰা হৈছে। এই কেন্দ্ৰত চিলাই, প্লাম্বিং, আৰু কম্পিউটাৰৰ দৰে বিভিন্ন পাঠ্যক্ৰমৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধি কৰিব বিচৰা হৈছে৷

এই কেন্দ্ৰত প্ৰস্তুত কৰা পতাকাবোৰ অনন্য আৰু উৎকৃষ্ট মানৰ হৈছে বুলি বহুতে কৈছে৷ ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতাৰ আহ্বানৰ প্ৰতি উপত্যকাটোৰ জনতাই জনোৱা সঁহাৰিক সকলোৱে শলাগিছে৷

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd