DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাপৰত আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত ছহিদুল ইছলাম

ডকাইত ছহিদুলে ডকাইতি কৰিবলৈ গৈ মহিলাক সংজ্ঞাহীন কৰি তুলিছিল অশ্লীল ছবি-ভিডিঅ'

তিলক প্ৰসাদ by তিলক প্ৰসাদ
June 26, 2021 9:52 pm
chapar
181
VIEWS
Share on FacebookShare on Twitter

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি থকা কুখ্যাত ডকাইত ছহিদুল ইছলামক মানকাচৰ থানা এলাকাৰ এঠাইৰ পৰা মানকাচৰ আৰু চাপৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

ডকাইতটোক লগতলৈ ডকাইতি সম্পৰ্কীয় এক ঘটনাৰ তদন্ত কৰাৰ বাবে চাপৰ আৰক্ষীয়ে যোৱা নিশা শ্ৰী গ্ৰাম ৬ষ্ঠ খণ্ডৰ নিউ হাতীপোতা নামে ঠাইত অভিযান চলাইছিল।

উক্ত স্থানত ডকাইত ছহিদুলে শৌচালয়লৈ যোৱাৰ কথা ব্যক্ত কৰাত এগৰাকী চিপাহীক ধৰিবলৈ দি লগতে আৰু কেইজনমান আৰক্ষীৰ লোকসহ ডকাইতটোক শৌচ কৰিবলৈ নিয়া হয়।। শৌচ কৰাৰ বাবে এখন হাতৰ হেণ্ডকাফ খুলি দিয়া হৈছিল।

কিন্তু এন্ধাৰৰ সুযোগ লৈ ধুৰন্ধৰ ছহিদুলে চিপাহীৰ হাতৰ পৰা বলপূৰ্বক ভাবে হেণ্ডকাফ এৰুৱাই পলাবলৈ চেষ্টা কৰে। । তেতিয়া উপায়ন্তৰ হৈ আৰক্ষীয়ে ডকাইতটোৰ ভৰিলৈ লক্ষ্য কৰি গুলী কৰে । ফলত গুলী লাগি ডকাইতটো আহত হয় আৰু আৰক্ষীয়ে ডকাইতটোক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

জানিব পৰা মতে কিছুদিন পূৰ্বে চাপৰ থানা তথা শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত নিউ হাতীপোতাৰ বাসিন্দা আব্দুল ৰহিম আৰু আব্দুল অহাব নামৰ দুই ভাতৃৰ গৃহত একেদিনাই নিশা ডকাইতি কৰি কেবাজনো ডকাইতে লুটি নিছিল বুজন পৰিমাণৰ আ- অলংকাৰ আৰু নগদ ধন।

এই ডকাইতিৰ মূল চৰ্দাৰ ছহিদুলৰ নামত কেবাটাও গোচৰ চাপৰ আৰু বিলাসীপাৰ থানাত থকা বুলি বিলাসীপাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

বৰাই লগতে জানিবলৈ দিয়ে যে ডকাইতি কৰাৰ উপৰিও কুখ্যাত ছহিদুল হত্যা, ধৰ্ষণ , ব্লেকমেইলিং আদিৰ লগতে ডকাইতি কৰিবলৈ গৈ মহিলাক সংজ্ঞাহীনকৰি অশ্লীল ভিডিও আৰু ফটো তুলি ব্লেক মেইলিং কৰাৰো নজিৰ আছে।

কুখ্যাত ডকাইত ছহিদুল ইছলামক কৰায়ত্ব কৰাৰ বাবে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত কেবাদিনো ধৰি আৰক্ষীয়ে অভিযান চলাইছিল ।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd