• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ফটো যুঁজ’ ! মোদীৰ বিমানযাত্ৰাৰ ফটোৰ প্ৰত্যুতৰ ফটোৰে দিলে কংগ্ৰেছে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2021 6:43 pm
"Harder To Copy": Congress Shares Manmohan Singh's Photos
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনৰ অন্তত বিদেশ ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

মাজতে যোৱা মাৰ্চ মাহত চুবুৰীয়া বাংলাদেশ ভ্ৰমণ কৰিছিল মোদীয়ে । কিন্তু কৰ’ণা মহামাৰীৰ বাবে কোনো দূৰ দেশলৈ ভ্ৰমণ কৰাৰ পৰা বিৰত আছিল মোদী।

২০১৯ চনৰ নৱেম্বৰত ব্ৰাজিল যাত্ৰাৰ পাছত কোনো দূৰ দেশত ভৰি থব পৰা নাছিল তেওঁ। অৱশেষত বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মাৰিলে মোদীয়ে। তেওঁৰ এইটো দ্বিতীয়টো আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ।

যাত্ৰাকালত বিমানৰ মাজতে মোদীয়ে সামাজিক মাধ্যমযোগে এখন ফটো প’ষ্ট কৰে।

Apply Now

ফটোখনত দেখা পোৱা গৈছে যে বিমানযাত্ৰাৰ সময়তো তেওঁ অফিচিয়েল কাম-কাজত ব্যষ্ট হৈ আছে। কেপচন হিচাপে ফটোখনৰ তলত লিখা হৈছে যে এটা দীঘলিয়া বিমানযাত্ৰা মানে নিজৰ কামত ব্যষ্ট হৈ থাকিবলৈ পোৱা সুযোগকো বুজায়।

ফটোখন সামাজিক মাধ্যমত প’ষ্ট কৰাৰ পাছতে বিজেপিৰ নেতাসকলে অতি উৎসাহেৰে শ্বেয়াৰ কৰে।
আনকি বিজেপি নেতা কপিল মিশ্ৰই নিজৰ টুইটাৰ প’ষ্টত মোদীৰ ফটোখনৰ স’তে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ এখনি ফটোও ব্যৱহাৰ কৰে। ফটোখনত দেখা গৈছে যে মোদীৰ দৰেই শাস্ত্ৰীয়েও এটা বিমানযাত্ৰাত কৰ্মৰত অৱস্থাত আছে। ইয়াৰ দ্বাৰা মিশ্ৰই দুয়োৰে কৰ্মস্পৃহাক প্ৰশংসা কৰিছে।

আনহাতে, মোদীৰ এই ফটোখনৰ প্ৰত্যুত্তৰ হিচাপে কংগ্ৰেছেও সামাজিক মাধ্যমত সক্ৰিয়তা প্ৰদৰ্শন কৰিছে।

বৃহস্পতিবাৰে কংগ্ৰেছী কৰ্মীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কেইবাখনো ফটো সামাজিক মাধ্যমত প’ষ্ট কৰিছে।

ফটোকেইখনত দেখা পোৱা গৈছে যে মনমোহন সিঙে বিমানযাত্ৰাৰ মাজতে সাংবাদিক মেলত অংশগ্ৰহণ কৰিছে। ফটোসমূহ প’ষ্ট কৰি কংগ্ৰেছ কৰ্মীসকলে লিখিছে যে কিছু ফটোগ্ৰাফ নকল কৰিবলৈ কঠিন। ইয়াৰ দ্বাৰা তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীকে উপহাস কৰিছে।

Some photographs are harder to copy.

Former PM, Dr. Manmohan Singh addressing Press Conferences on board Air India One. pic.twitter.com/JiYlQcX0HE

— Congress (@INCIndia) September 23, 2021

উল্লেখযোগ্য যে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে সাংবাদিক মেলৰ পৰা আঁতৰি আছে।

২০১৯ চনৰ ১৭ মে’ত এখন সাংবাদিক মেলত অংশগ্ৰহণ কৰাৰ বাদে মোদীয়ে এইসমূহৰ পৰা আঁতৰি আছে।

এখন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে সাংবাদিকৰ পৰা আঁতৰি থকাটোৱে মাজে-সময়ে বিতৰ্কৰো সৃষ্টি কৰিছে। সেয়ে আমেৰিকা অভিমুখী বিমানত মোদীয়ে তোলা ফটোৰ প্ৰত্যুত্তৰ হিচাপে কংগ্ৰেছে প’ষ্ট কৰা মনমোহন সিঙৰ ফটোকেইখনৰ যথেষ্ট গুৰুত্ব আছে বুলি ক’ব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd