DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাৰ্বিয়ান অভিনেত্ৰীৰ সৈতে হাৰ্দিক পাণ্ডেয়াৰ প্ৰেম; বছৰৰ অন্তিম দিনটোত নিজেই ৰাজহুৱা কৰিলে সম্পৰ্কৰ কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2020 5:45 pm
hardik

প্ৰেমিকাৰ সৈতে হাৰ্দিক, উৎস-ইষ্টাগ্ৰাম

652
VIEWS
Share on FacebookShare on Twitter

নৱ বৰ্ষৰ আৰম্ভণিতে পোহৰলৈ আহিল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডেয়াৰ প্ৰেম কাহিনী।

চাৰ্বিয়ান অভিনেত্ৰী নাতাশা স্তানকোভিচেৰ সৈতে চলি থকা প্ৰেমৰ সম্পৰ্কৰ কথা ছ’চিয়েল মিডিয়া মাধ্যমেৰে হাৰ্দিকে নিজেই ৰাজহুৱা কৰে।

২০১৯ বৰ্ষৰ অন্তিম দিনটোত নিজৰ মহিলা অনুৰাগী সকলৰ হৃদয় ভাঙি নতাশাৰ সৈতে একেলগে উঠা ফটো নিজৰ ইষ্টাগ্ৰামত পোষ্ট কৰে হাৰ্দিকে।

খেলৰ লগতে বিভিন্ন কাৰণত সংবাদ শিৰোণামাত থকা হাৰ্দিক পাণ্ডেয়াৰ শেহতীয়া ইষ্টাগ্ৰাম পোষ্টে এতিয়া ক্ৰিকেট অনুৰাগী সকলৰ মাজত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বহু অনুৰাগীয়ে হাৰ্দিকক প্ৰেমিকাৰ সৈতে নতুন বছৰৰ  শুভকামনা জ্ঞাপন কৰি  শীঘ্ৰে ভাৰতীয় দললৈ উভতি অহাৰ বাবে আহ্বান জনায়।

বিভিন্ন সময়ত হাৰ্দিকে সাংবাদিকে প্ৰেমিকা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰ এৰাই চলিলেও অৱশেষত নিজেই সকলো প্ৰশ্নৰ উত্তৰ দিয়ে ক্ৰিকেটাৰ গৰাকীয়ে।

উল্লেখযোগ্য যে, আঘাতৰ বাবে হাৰ্দিক বৰ্তমান ভাৰতীয় দলৰ পৰা বাহিৰত আছে।

শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে সম্পুৰ্ণ সুস্থ নহোৱা বাবে হাৰ্দিকৰ নাম নিৰ্বাচক সমিতিয়ে বিবেচনা নকৰিলে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd