• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আফগানিস্তানৰ তালিবান শাসিত নতুন চৰকাৰৰ নেতৃত্বত ব্লেক লিষ্টেড সন্ত্ৰাসবাদী মোল্লা মহম্মদ হাছান আকন্দ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2021 1:16 pm
talibanpm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুমুহাৰ গতিৰে সমগ্ৰ আফগানিস্তান খনকে নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ সক্ষম হোৱা তালিবানে দেশ খনক ইছলামিক গণৰাজ্য হিচাবে ঘোষণা কৰাৰ লগতে এখন অন্তৰ্ৱতীকালীন চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰিছে।

তালিবানৰ এই নতুন চৰকাৰ খনত কোনো এগৰাকী মহিলাকেই স্থান দিয়া হোৱা নাই।

Apply Now

তাৎপৰ্যপূণ ভাবে উক্ত চৰকাৰৰ মুৰববীৰ দায়িত্ব অৰ্পন কৰা হৈছে ৰাষ্ট্ৰসংঘই ব্লেক লিষ্টেড কৰি থোৱা সন্ত্ৰাসবাদী মোল্লা মহম্মদ হাছান আকন্দক।কেৱল সেয়াই নহয়।

অন্তৰ্ৱতীকালীন চৰকাৰ আভ্যন্তৰীণ দপ্তৰৰ মন্ত্ৰী হিচাবে নিযুক্তি দিয়া হৈছে এফবিআই-এ মষ্ট ৱাণ্টেড ঘোষণা কৰা হাক্কানী গ্ৰুপৰ নেতা ছিৰাজুদ্দিন হাক্কানীক।

অন্তৰ্ৱতীকালীন চৰকাৰৰ কেবিনেটে আফগানিস্তানত এখন পূৰ্ণাংগ আৰু স্থায়ী চৰকাৰৰ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি তালিবানে প্ৰকাশ কৰিছে।

ইপিনে তালিবানে গঠন কৰি দিয়া অন্তৰ্ৱতীকালীন চৰকাৰ খনত কেইবাজনো মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী অন্তৰ্ভূক্ত হোৱাৰ বিষয়টোৱে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাজনৈতিক বিশেষজ্ঞ মহলে প্ৰকাশ কৰা মতে আফগানিস্তানত তালিবানৰ নতুন চৰকাৰ খনে কেইবাটাও বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।

বিশেষকৈ যুদ্ধ বিধ্বস্ত দেশ খনৰ ভাগি পৰা অৰ্থনীতি তালিবানৰ চৰকাৰ খনে কিদৰে পুনৰুজ্জীৱিত কৰে সেয়া লক্ষ্যণীয় হৈ পৰিব।

শেহতীয়াকৈ সন্তাসবাদী আকন্দে ইংৰাজী ভাষাত প্ৰকাশ কৰা এক বিজ্ঞপ্তিত এই বুলি কৈছে যে তালিবানৰ চৰকাৰে আফগানিস্তানৰ চুবুৰীয়া দেশ সমূহৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিব বিচাৰে।

উল্লেখ্য আজিলৈকে আকন্দে কোনো দিনে ৰাজহুৱাভাবে দৰ্শন দিয়া নাই। এয়াই তেওঁৰ প্ৰথন বিজ্ঞপ্তি।

ইপিনে আফগানিস্তানৰ নেছনেল ৰেজিষ্টেণ্ট ফ্ৰণ্টে তালিবানৰ অন্তৰ্ৱতীকালীন চৰকাৰ খনক অবৈধ আখ্যা দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd