• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Harley-Davidson বনাম RE Hunter! কোনখন বাইক উঠিব আপোনাৰ বাচনিত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2023 7:12 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে বহু প্ৰত্যাশিত হাৰ্লি-ডেভিডছন এক্স৪৪০ মটৰবাইক ভাৰতত মুকলি কৰা হৈছে। হিৰোৰ সৈতে অংশীদাৰিত্বৰে দমদাৰ ৰ’ডষ্টাৰ মটৰ চাইকেল মুকলি কৰিলে হাৰ্লি-ডেভিডছনে। দাম ২.২৯ লাখৰ পৰা আৰম্ভ। মূল্য ঘোষণাৰ পিছত বহুতে ধাৰণা কৰিছে যে ৰয়েল এনফিল্ড হাণ্টাৰক পৰাভূত কৰিবলৈকে অনা হৈছে এই মটৰ চাইকেলখন।

৩৫০ চিচি আৰু তাৰ ওপৰৰ বাইকৰ ক্ষেত্ৰত ৰয়েল এনফিল্ড হাণ্টাৰে অতি কম সময়ৰ ভিতৰতে সমগ্ৰ দেশতে বিপুল জনপ্ৰিয়তা লাভ কৰিছে। বিক্ৰীৰ ক্ষেত্ৰত হাণ্টাৰে ক্লাছিক, বুলেটৰ দৰে বাইকক অতিক্ৰম কৰিছে। গতিকে কোৱা বাহুল্য যে দুয়োখন বাইকে নিজ নিজ স্থানত ডাঙৰ মাইলষ্ট’ন গঢ়িবলৈ গৈ আছে।

Apply Now

এই প্ৰতিবেদনত বাইক দুখনৰ ইঞ্জিন, স্পেক আৰু মূল্যৰ তথ্য উল্লেখ কৰা হৈছে।

ইঞ্জিন আৰু প্ৰদৰ্শন

হাৰ্লি-ডেভিডছন এক্স৪৪০ বাইকখনৰ ইঞ্জিন হাণ্টাৰতকৈ অলপ ডাঙৰ,  ইয়াত আছে ৪৪০ চিচিৰ একক চিলিণ্ডাৰ যিয়ে সৰ্বাধিক ২৭ ব্ৰেক হৰ্চপাৱাৰ আৰু ৩৮ এনএম টৰ্ক উৎপন্ন কৰে। লগতে আছে ৬ স্পীড গিয়াৰৰ। যিহেতু বাইকখন নতুনকৈ মুকলি কৰা হৈছে, সেয়েহে মাইলেজ বা অন্যান্য প্ৰদৰ্শনৰ বিষয়ে কোনো তথ্য জনাটো সম্ভৱ নহয়।

আনহাতে, ৰয়েল এনফিল্ড হাণ্টাৰত আছে ৩৫০ চিচিৰ একক চিলিণ্ডাৰ ইঞ্জিন যিয়ে ১৯.৯ ব্ৰেক হৰ্চপাৱাৰ আৰু ২৭ এনএম টৰ্ক উৎপাদন কৰিব পাৰে। ইয়াত আছে ৫ স্পীড গিয়াৰ। এই মটৰ চাইকেলে প্ৰতি লিটাৰত ৩৬ কিলোমিটাৰ মাইলেজ দিয়ে।

ফিচাৰ্ছ

হাৰ্লি-ডেভিডছন বাইকৰ পৰা গ্ৰাহকে আশা কৰা সকলো ফিচাৰ্ছ ৰখা হৈছে। ইয়াত থাকিব গোল ডিজিটেল ইনষ্ট্ৰুমেণ্ট কনছ’ল, এল ই ডি লাইটিং, ব্লুটুথ সংযোগ আৰু টাৰ্ণ বাই টাৰ্ণ নেভিগেচন। দুয়োটা চকাতে ডিস্ক ব্ৰেক আৰু ডুৱেল চেনেল এণ্টি-লক ব্ৰেকিং চিষ্টেম আছে।

আনহাতে, ৰয়েল এনফিল্ড হাণ্টাৰত আছে ডিজিটেল-এনালগ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, এল ই ডি টেইল লেম্প, ডুৱেল চেনেল এণ্টি-লক ব্ৰেকিং চিষ্টেম, ট্ৰিপাৰ নেভিগেচন আৰু দুয়োটা চকাতে ডিস্ক ব্ৰেক। বৈশিষ্ট্যৰ ক্ষেত্ৰত হাণ্টাৰ এখন সাধাৰণ বাইক।

ডিজাইন

এই ধৰণৰ মটৰ চাইকেলৰ এটা প্ৰধান কাৰক হ’ল ইয়াৰ ডিজাইন। দুয়োখন মটৰ চাইকেলতে বৃহৎ পেশীবহুল ইন্ধনৰ টেংক আৰু নিও ৰেট্ৰ’ ডিজাইন থাকিব। অৱশ্যে হাৰ্লি-ডেভিডছন বাইকত ঘূৰণীয়া হেডলেম্প আৰু ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ থাকে।

আনহাতে, ৰয়েল এনফিল্ড হাণ্টাৰ ৩৫০ৰ ডিজাইন সম্পূৰ্ণ ৰ’ডষ্টাৰ বাইকৰ দৰে। ৰেট্ৰ’ ডিজাইনৰ লগতে এই বাইকখনত নতুনত্বৰ স্পৰ্শও আছে। কিন্তু হাৰ্লি-ডেভিডছনৰ দৰে ৰঙচঙীয়া নহয়। সেয়ে, বিগত দিনবোৰত ৰয়েল এনফিল্ড মটৰবাইকবোৰ কাষ্টমাইজ কৰা দেখা যায়।

দাম

কোম্পানীয়ে ইয়াক ৩টা ভেৰিয়েন্টত মুকলি কৰিছে – ডেনিম, ভিভিড আৰু এছ। ভাৰতত হাৰ্লি-ডেভিডছন এক্স৪৪০ বাইকৰ মূল্য ২.২৯ লাখ (এক্স-শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয়। টপ ভেৰিয়েন্টৰ মূল্য ২.৬৯ লাখ টকা (এক্স-শ্ব’ৰুম)। আনহাতে, ৰয়েল এনফিল্ড হাণ্টাৰ বাইকৰ মূল্য ১.৭৩ লাখ টকাৰ পৰা ২.০১ লাখ টকাৰ ভিতৰত (এক্স শ্ব’ৰুম)।

মুঠতে দুয়োখন বাইকে নিজ নিজ ছেগমেণ্টত শ্ৰেষ্ঠ। কিন্তু চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে ইঞ্জিন আৰু ফিচাৰ্ছৰ দৰে বিষয়বোৰ চাই লোৱা উচিত। তদুপৰি, গ্ৰাহকসকলে দামটোৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd