• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৰমনপ্ৰীতৰ নেতৃত্বত ভাৰতৰ মহিলা টি-২০ বিশ্বকাপ দল ঘোষণা; ৰিজাৰ্ভ দলত অসমৰ উমা ছেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2024 2:55 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে মহিলা টি-২০ বিশ্বকাপৰ দল ঘোষণা কৰিছে। ১৫ জনীয়া এটা দল সংযুক্ত আৰব আমিৰশ্বাহীলৈ যাব। এইবাৰ বিশ্বকাপ তাতেই অনুষ্ঠিত হ’ব। অধিনায়ক হৈছে হৰমনপ্ৰীত কৌৰ। অসমৰ উমা ছেত্ৰীয়ে ট্ৰেভেলিং ৰিজাৰ্ভ দলত স্থান পাইছে।

১৫ জনীয়া দলটোত আছে স্মৃতি মান্ধনা। তেওঁ সহ অধিনায়ক। অপেনিঙত তেওঁৰ সৈতে থাকিব শ্বেফালী ভাৰ্মা। ইয়াৰ উপৰিও দলটোত আছে দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগেজ, ৰিচা ঘোষ (উইকেটকীপাৰ), যস্তিকা ভাটিয়া (উইকেটকীপাৰ), পূজা বষ্ট্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং, দয়ালন হেমালতা, আশা সোভানা, ৰাধা যাদৱ, শ্ৰেয়ংকা পাটিল আৰু সজনা সাজীৱন।

কিন্তু যস্তিকা আৰু শ্ৰেয়ংকা সম্পূৰ্ণ সুস্থ নহয়। যদি তেওঁলোক আৰোগ্য লাভ কৰিব নোৱাৰে তেন্তে তেওঁলোকৰ পৰিৱৰ্ত হিচাপে খেলুৱৈ প্ৰেৰণ কৰা হ’ব। সংৰক্ষিত দলটোত আছে উমা ছেত্ৰী (উইকেটকীপাৰ), তনুজা কানৱাৰ আৰু ছাইমা ঠাকাৰ।

Apply Now

🚨 NEWS 🚨

Presenting #TeamIndia‘s squad for the ICC Women’s T20 World Cup 2024 🙌 #T20WorldCup pic.twitter.com/KetQXVsVLX

— BCCI Women (@BCCIWomen) August 27, 2024

৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। ২০ অক্টোবৰত ফাইনেল। গ্ৰুপ এ-ত আছে ভাৰত। সেই গ্ৰুপত অষ্ট্ৰেলিয়া, পাকিস্তান, শ্ৰীলংকা আৰু নিউজিলেণ্ড অন্তৰ্ভুক্ত। আনটো গ্ৰুপত আছে ইংলেণ্ড, বাংলাদেশ, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু স্কটলেণ্ড। প্ৰতিটো গ্ৰুপৰ পৰা দুটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। ভাৰতৰ প্ৰথমখন খেল আছে নিউজিলেণ্ডৰ বিৰুদ্ধে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm
তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

August 21, 2026 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd