• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামত মেগা ফুড পাৰ্ক উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰৎ কৌৰ বাদলৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 20, 2020 6:44 pm

1 min read

মিজোৰামত মেগা ফুড পাৰ্ক উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰৎ কৌৰ বাদলৰ

উৎস-ইণ্টাৰনেট

7.4k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী হৰচিমৰৎ কৌৰ বাদলে সোমবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে মিজোৰামৰ কোলাচিবত জোৰাম মেগা ফুড পাৰ্ক উদ্বোধন কৰে।

মিজোৰামৰ কোলাচিবত স্থাপন কৰা জোৰমা মেগা ফুড পাৰ্কখন ৭৫ কোটি টকা ব্যয় সাপেক্ষে মুঠ ৫৫ একৰ ভূমিত নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু ইয়াৰ ফলত ৰাজ্যখনৰ ২৫,০০০ অধিক খেতিয়ক লাভান্বিত হ’ব বুলি হৰচিমৰৎ কৌৰ বাদলে কয়।

আনহাতে, নতুনকৈ স্থাপন কৰা মেগা ফুড পাৰ্কখনে মিজোৰামত ৫,০০০ অধিক নতুন নিয়োগৰ সৃষ্টি কৰিব বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয়।

মেগা ফুড পাৰ্কখন উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধনৰ ৰাজ্যিক মন্ত্ৰী তথা অসমৰ সাংসদ ৰামেশ্বৰ তেলীয়ো অংশগ্ৰহণ কৰে।

তদুপৰি, উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে ফুড পাৰ্কখনে ৰাজ্যৰ খেতিয়ক সকলৰ আয় দুগুণ বৃদ্ধি কৰাত সহায় কৰিব বুলিও কয়।

৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত স্থাপন কৰা জোৰাম মেগা ফুড পাৰ্কখনে ৰাজ্যখনত উৎপন্ন হোৱা বিভিন্ন ফল-মূল আৰু পাচলিৰ সংৰক্ষণ আৰু সংসাধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও বিভাগীয় কৰ্তৃপক্ষয় জানিবলৈ দিয়ে।

ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তিনিগৰাকীৰ লগতে মিজোৰামৰ মুখ্য মন্ত্ৰীকে ধৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।

Recent News

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd