• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মইমতালিৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ল হাভাৰ্ড বিশ্ববিদ্যালয় আৰু এমআইটি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 9, 2020 5:08 pm

2 min read

2U_Feature_Harvard-1280x720
466
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে বিশ্ববিখ্যাত হাভাৰ্ড বিশ্বিবদ্যালয় আৰু মাচাছুচেটছ ইনষ্টিটিউট অৱ টেকন’লজীয়ে।

সোমবাৰে মাৰ্কিন ইমিগ্ৰেশ্যন এণ্ড কাষ্টম এনফ’ৰ্ছমেন্টে এক বিবৃতিৰ জৰিয়তে বিদেশী শিক্ষাৰ্থীক আমেৰিকাত থকাৰ অনুমতি দিয়া নহয় আৰু শিক্ষানুষ্ঠানৰ আগন্তুক গ্ৰীষ্মকালীন পাঠ্যক্ৰম অনলাইন যোগেদি আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

ট্ৰাম্পৰ প্ৰশাসনৰ এই সিদ্ধানক প্ৰত্যাহ্বান জনাই বিশ্বৰ বিখ্যাত এই দুই শিক্ষানুষ্ঠানে আদালতৰ দাৰস্থ হৈছে।

মাচাছুচেটছৰ ফেডাৰেল আদালত এই দুই শিক্ষানুষ্ঠানে আমেৰিকাৰ সুৰক্ষা বিভাগৰ এই সিদ্ধান্ত আৰু গাইডলাইনক বেআইনী ঘোষণা কৰিবলৈ আবেদন জনাইছে।

শিক্ষানুষ্ঠান দুখনৰ কৰ্তৃপক্ষই অভিযোগ কৰি কয় যে, এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে মাৰ্কিন প্ৰশাসনে বিশ্ববিদ্যালয়ৰ মতামত আৰু শিক্ষাৰ্থীসকলৰ স্বাস্থ্য বিষয়ে অকণো গুৰুত্ব প্ৰদান কৰা নাই।

আনকি শিক্ষানুষ্ঠানসমূহলৈ এই সিদ্ধান্ত লোৱাৰ পূর্বে মাৰ্কিন প্ৰকাশনে কোনোধৰণ জাননীও প্ৰেৰণ কৰা নাই বুলি অভিযোগ কৰিছে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই।

“ইমিগ্ৰেশ্যন এণ্ড কাষ্টম এনফ’ৰ্ছমেন্টে খামখিয়ালিৰে হাজাৰ হাজাৰ বিদেশী শিক্ষাৰ্থীক মাৰ্কিন যুক্তৰাষ্ট্ৰত শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত কৰিব খুজিছে। ইফালে ছেমিষ্টাৰ আহিছে। ইমান কম সময়ত শিক্ষাৰ্থীসকলে অন্য শিক্ষানুষ্ঠানত ভর্তি হোৱাৰো কোনো অৱকাশ নাথাকিব।” অভিযোগ পত্ৰত এইদৰে লিখিছে মাৰ্কিন উচ্চ শিক্ষানুষ্ঠান দুখনে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd