• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হাৰিয়ানা আদালতৰ গুৰুত্বপূৰ্ণ ৰায়: নিজৰ ১১ বৰ্ষীয় কন্যা সন্তান ধৰ্ষণকাৰী পিতৃক বিহিলে মৃত্যুদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2022 7:25 am
Man Gets Death Penalty For Raping Daughter
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত বৰ্দ্ধিত ধৰ্ষণকাণ্ডৰ সময়তে হাৰিয়ানাৰ এক আদালতে ধৰ্ষণৰ গোচৰত কঠোৰ স্থিতি গ্ৰহণ কৰি এক অনন্য নিদৰ্শন গঢ়ি তুলিছে। ৰাজ্যখনৰ ছিৰছা জিলাত নিজৰ ১১ বৰ্ষীয় কন্যা সন্তানক ধৰ্ষণ কৰাৰ অপৰাধত বৃহস্পতিবাৰে জিলা আদালতে মৃত্যুদণ্ড প্ৰদান কৰে এগৰাকী ৫৬ বছৰীয়া ব্যক্তিক।

প্ৰায় দুবছৰ পূৰ্বে ২০২০ চনৰ ২৯ ছেপ্টেম্বৰত এই ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে ভুক্তভোগী কিশোৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে POCSO আইনৰ ধাৰা ৬ আৰু IPCৰ ধাৰা ৫০৬ৰ অধীনত এক গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে ফাষ্ট ট্ৰেক বিশেষ আদালতে দোষী সাব্যস্ত হোৱা ব্যক্তিগৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

Apply Now

ঘটনাৰ বিষয়ে প্ৰকাশিত তথ্য অনুসৰি শ্ৰমিক হিচাপে কাম কৰা অভিযুক্তই যোৱা বৰ্ষৰ ২৬ আৰু ২৭ ছেপ্টেম্বৰৰ মাজ নিশা মদ্যপান কৰি তেওঁৰ প্ৰহাৰ কৰি ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰে। সেই সময়ত ঘৰৰ বাৰাণ্ডাত শুই আছিল তেওঁলোকৰ নাবালিকা সন্তান।

পত্নীৰ ওপৰত চলোৱা নিৰ্যাতনৰ পিছতে ব্যক্তিগৰাকীয়ে বাৰাণ্ডাত শুই থকা কন্যাক নিজৰ বিচনালৈ তুলি নিয়ে আৰু উপৰ্যুপৰি ধৰ্ষণ কৰে। ধৰ্ষণৰ পাছত এই বিষয়ে কাকো প্ৰকাশ নকৰিবলৈও ভাবুকি দিয়ে লম্পট ব্যক্তিগৰাকীয়ে আৰু পুৱাই ঘৰৰ পৰা ওলাই যায়।

ইফালে পুৱা ভুক্তভোগী নাবালিকা গৰাকীৰ মাতৃ ঘৰলৈ উভতি অহাৰ পিছত এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। এনে ঘৃণনীয় কাণ্ডৰ বিষয়ে জানিব পাৰি তেওঁ লগে লগে নাবালিকা কন্যাক গাঁৱৰ মুৰব্বীৰ ওচৰলৈ লৈ যায় আৰু আৰক্ষীক ফোন যোগে ঘটনাৰ বিষয়ে অৱগত কৰে।

ছিৰছাৰ জিলা অধিবক্তাই জানিবলৈ দিয়া মতে, তদন্তৰ সময়ত আৰক্ষীয়ে অভিযুক্ত আৰু ভুক্তভোগী নাবালিকা গৰাকীৰ ডি এন এ নমুনা পৰীক্ষা কৰি ধৰ্ষণৰ কথা নিশ্চিত কৰে।

প্ৰকাশিত তথ্য অনুসৰি আজি আদালতে ধৰ্ষণকাৰী পিতৃক চৰম শাস্তিৰে দণ্ডিত কৰাৰ লগতে ভুক্তভোগী নাবালিকাগৰাকীক ৫ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে আদালতে ধৰ্ষণকাৰী ব্যক্তিগৰাকীক ৫০ হাজাৰ টকা জৰিমনাও বিহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd