• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰক প্ৰদৰ্শনৰ মূল্যায়নৰ বাবে হোটেললৈ মাতি আনি ধৰ্ষণ, গ্ৰেপ্তাৰ প্ৰশিক্ষক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2026 4:13 pm
প্ৰশিক্ষক অংকুশ ভৰদ্বাজ। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰশিক্ষক অংকুশ ভৰদ্বাজ। ফাইল ফটোঃ সংগ্ৰহীত।

16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় শ্বুটিং প্ৰশিক্ষকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ১৭ বছৰীয়া শ্বুটাৰক ধৰ্ষণৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে।

কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক অংকুশ ভৰদ্বাজক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰশিক্ষকৰ পদৰ পৰা নিলম্বিত হোৱা বুলিও খবৰ আহিছে। তেওঁৰ বিৰুদ্ধে POCSO ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

Apply Now

আৰক্ষীয়ে জনোৱা মতে, ১৬ ডিচেম্বৰত দিল্লীৰ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত শ্বুটিং চেম্পিয়নশ্বিপৰ সময়ত এই ঘটনা সংঘটিত হৈছিল। অভিযোগকাৰী কিশোৰী শ্বুটাৰগৰাকীয়ে জনোৱা মতে, প্ৰতিযোগিতাৰ অন্তত প্ৰশিক্ষকে তেওঁৰ প্ৰদৰ্শনৰ মূল্যায়নৰ অজুহাতত ফৰিদাবাদৰ সুৰজকুণ্ড অঞ্চলৰ এখন হোটেললৈ মাতি পঠাইছিল।

ভুক্তভোগী কিশোৰীগৰাকীয়ে লগতে কয় যে সেই হোটেললৈ যোৱাৰ পিছত প্ৰশিক্ষকে তেওঁৰ লগত অশ্লীল আচৰণ কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁক ধৰ্ষণ কৰা হয়। ১৭ বছৰীয়া শ্বুটাৰগৰাকীৰ অভিযোগৰ ভিত্তিত সংশ্লিষ্ট থানাত গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে লগতে জনোৱা মতে, অংকুশে প্ৰথমে ছোৱালীজনীক হোটেলৰ লবীত লগ কৰিবলৈ কৈছিল। পিছত জোৰকৈ তেওঁক কোঠালৈ লৈ যায়। যৌন নিৰ্যাতনৰ পিছত অংকুশে ছোৱালীজনীক ভাবুকিও দিয়ে। তেওঁ ছোৱালীজনীৰ কেৰিয়াৰ নষ্ট কৰাৰ লগতে পৰিয়ালৰ ক্ষতি কৰাৰ ভাবুকি দিছিল।

ফৰিদাবাদ আৰক্ষীৰ মুখপাত্ৰ যশপাল সিঙে কয় যে গোচৰৰ সকলো দিশৰ তদন্ত চলি আছে। হোটেলখনৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।

উল্লেখ্য যে দেশৰ ১৩ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পিষ্টল কোচৰ ভিতৰত অংকুশ অন্যতম। ভাৰতীয় নেচনেল ৰাইফল এছ’চিয়েশ্যনে তেওঁক এই পদলৈ আনিছিল। সমগ্ৰ দেশতে তীব্ৰ নিন্দাৰ জোৱাৰ উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd