• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাউণ্ট আবুৰ নাম সলনি হৈছে নেকি? মদ আৰু আমিষ খাদ্য নিষিদ্ধ কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 1:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাউণ্ট আবুৰ নাম সলনি হৈছে নেকি? সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজস্থান চৰকাৰে এইধৰণৰ সিদ্ধান্ত ল’বলৈ ওলাইছে। ‘টাইমছ অৱ ইণ্ডিয়া’ৰ এক প্ৰতিবেদন অনুসৰি এই খবৰ পোহৰলৈ অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ আৰু বিক্ষোভ। ২৩টা সংগঠনে ৰাজপথলৈ ওলাই আহি এই চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ দাবী, পৰ্যটকৰ চিনাকি মাউণ্ট আবুৰ নাম সলনি কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব।

সূত্ৰ অনুসৰি মাউণ্ট আবুৰ নাম সলনিৰ বাবে স্থানীয় প্ৰশাসনিক পৰ্যায়ত দীৰ্ঘদিন ধৰি আলোচনা চলি আহিছে। আবু পৰ্বতৰ এটা নামো প্ৰস্তাৱ কৰা হৈছে। নাম সলনি হ’লে নতুন নাম হ’ব ‘আবু ৰাজ তীৰ্থ’। সূত্ৰ অনুসৰি কেৱল নাম সলনি কৰাই নহয়, মাউণ্ট আবুৰ সমীপত মদ আৰু নিৰামিষ খাদ্যও নিষিদ্ধ কৰা হ’ব। ২০২৪ চনৰ অক্টোবৰ মাহত স্থানীয় প্ৰশাসনিক পৰ্যায়ত নাম সলনি কৰাৰ ধাৰণাটো আলোচনা কৰা হয়।

Apply Now

প্ৰতিবেদন অনুসৰি স্থানীয় স্বশাসন বিভাগেও ২৫ এপ্ৰিলত এই সন্দৰ্ভত মাউণ্ট আবু পৌৰসভালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।পত্ৰখনত নাম সলনি কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছে বিতৰ্ক। হোটেলকে ধৰি কেইবাটাও সংস্থাই অভিযোগ কৰে যে ইয়াক মাউণ্ট আবু হিচাপে পৰ্যটকৰ মাজত অধিক জনপ্ৰিয়। নামটো সলনি কৰিলে ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাব। স্থানীয় ৰাইজৰ অভিযোগ যে মাউণ্ট আবুৰ নাম সলনি কৰাৰ বাবে স্থানীয় বিধায়ক আৰু মন্ত্ৰীৰ সমৰ্থন আছে। সূত্ৰ অনুসৰি বিধানসভাৰ এজন বিধায়কে মাউণ্ট আবুৰ নাম সলনি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

বহু স্থানীয় লোক আৰু হোটেল মালিকে দাবী কৰে যে মাউণ্ট আবুৰ এক সুকীয়া পৰিচয় আছে। ৰাজস্থানৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলীৰ নাম সলনি কৰিলে পৰ্যটন ব্যৱসায়ত প্ৰভাৱ পৰিব পাৰে। মাউণ্ট আবু হোটেল এছ’চিয়েশ্যনৰ সম্পাদক সৌৰভ গংগাদিয়াই কয় যে যদি চৰকাৰে মাউণ্ট আবুৰ নাম সলনি কৰে তেন্তে ইয়াৰ পৰ্যটন ব্যৱসায়ৰ পতন ঘটিব। ইয়াৰ উপৰিও মদ আৰু আমিষ খাদ্য নিষিদ্ধ কৰাৰ চলি থকা ধাৰণাটোৱে পৰ্যটনতো প্ৰভাৱ পেলাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd