• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউটিউবৰ পৰা পঢ়ি সুখ্যাতিৰে চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ! কন্যাৰ সফলতাক লৈ গৌৰৱান্বিত পিতৃ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 27, 2024 5:09 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোচিং চেণ্টাৰত নামভৰ্তি কৰিবলৈ তেওঁৰ হাতত টকা নাছিল। মাক আছিল এগৰাকী অংগনবাড়ী কৰ্মী। দেউতাক কৰ্মসূত্ৰে এগৰাকী ৰান্ধনী। দুয়োজনে যি উপাৰ্জন কৰে সেইখিনিৰে পৰিয়ালটো যেনেতেনে জীয়াই আছে। কিন্তু ছোৱালীগৰাকী প্ৰশাসক হ’ব বিচাৰে। তেওঁৰ সপোন কেনেকৈ পূৰণ হ’ব? এই চিন্তাই যেতিয়া দম্পতীহালক খাই পেলাইছিল, তেতিয়া ছোৱালীজনীয়েই তেওঁলোকক আশ্বস্ত কৰিছিল যে কোচিং চেণ্টাৰৰ কোনো প্ৰয়োজন নাই, তেওঁ নিজে পঢ়া-শুনা কৰি অসামৰিক সেৱাত উত্তীৰ্ণ হ’ব। তেতিয়াৰ পৰাই আৰম্ভ হ’ল যুঁজ, আৰু এই পৰীক্ষাত তেওঁ ইউটিউবৰ সহায় লৈ উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

সফলতা লাভ কৰা বিনি মুৰুলী ওড়িশাৰ বণ্ডা জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী যুৱতী। ইউটিউব ভিডিঅ’ চাই আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰি তেওঁ ওড়িশা অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাইছিল। শনিবাৰে সন্ধিয়া ঘোষণা কৰা হয় পৰীক্ষাৰ ফলাফল।বিনিয়ে ৫৯৬ ৰেংক লাভ কৰিবলৈ সক্ষম হয়। বণ্ডা সমাজৰ পৰা বিনিয়েই প্ৰথমে ইমান উচ্চ পদবীৰ চাকৰি লাভ কৰিছে।

বিনি ওড়িশাৰ মালকানগিৰিৰ খেমাগুৰাৰ বাসিন্দা। মাতৃ সুনামালী এগৰাকী অংগনবাড়ী কৰ্মী। পিতৃ ৰাম মুৰুলীয়ে চৰকাৰী ৰান্ধনী হিচাপে কাম কৰে। বন্দৰ ঘাটৰ চৰকাৰী বিদ্যালয়ৰ পৰা বিনিয়ে পঢ়া-শুনা কৰিছিল। ইয়াৰ পিছত তেওঁ জৱাহৰ নৱোদয় বিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে। বিনীয়ে কয়, “মই জেইপুৰৰ বিক্ৰম দেৱী কলেজৰ পৰা উদ্ভিদ বিজ্ঞানত মাষ্টাৰছ কৰিলোঁ। তাৰ পৰা যি উপাৰ্জন কৰিলো, সেই টকাৰে পঢ়া-শুনা খৰচ কৰিলোঁ।

Apply Now

তেওঁ ২০২০ চনত প্ৰথমবাৰৰ বাবে অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু পাছ কৰিব নোৱাৰিলে। বিনিয়ে কয় যে পৰীক্ষাত ফেইল কৰাৰ পাছত তেওঁ উপলব্ধি কৰিছিল যে তেওঁ এতিয়াও নিজকে প্ৰস্তুত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তেতিয়াৰ পৰাই আৰম্ভ হ’ল তেওঁৰ সপোন পূৰণৰ সংগ্ৰাম। কোচিং চেণ্টাৰলৈ যোৱা নাছিল। ইউটিউবৰ সহায়ত তেওঁ পঢ়া-শুনা অব্যাহত ৰাখিছিল। বিনিয়ে কয় যে অৱশেষত তেওঁৰ এই প্ৰচেষ্টা সফল হ’ল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd