• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিঅ’ গিগাফাইবাৰ এফেক্ট – কেনেকৈ ৫০ Mbps আনলিমিটেড ব্ৰডবেণ্ড সেৱা উপভোগ কৰিব; চাওঁক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2019 2:40 pm
1280px-Hathway_Cable__Datacom_logo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰুৱা ব্ৰডবেণ্ড সেৱাৰ ক্ষেত্ৰত নতুন সম্পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময় হৈছে কিয়নো চলিত বৰ্ষৰে শেষৰ পিনে কোনো এটা সময়ত ৰিলায়েন্স জিঅ’ গিগাফাইবাৰ ব্ৰডবেণ্ড সেৱা মুকলি হোৱাৰ আশা কৰা হৈছে।

বৰ্তমান ব্ৰডবেণ্ড সেৱা প্ৰদানকাৰীসকলে নিৰন্তৰ সেৱা দৰ (টাৰিফ প্লেন) সলনি কৰিছে আৰু ইয়াৰ নিজৰ গ্ৰাহকসকলৰ লগতে নতুন গ্ৰাহকক আকৰ্ষণ কৰিবলৈ অ’ফাৰ আগবঢ়াইছে।

Apply Now

হেথৱে’ কেবল আৰু ডাটাকমে ‘লাইফলং বিনজে’ নামেৰে এক অ’ফাৰ মুকলি কৰিছে যাৰ দ্বাৰা ব্ৰডবেণ্ড গ্ৰাহকসকলক এক অধিক আকৰ্ষণীয় ছাবস্ক্ৰিপশ্যন পেকেজৰ জৰিয়তে ধৰি ৰখাৰ চেষ্টা কৰিব।

হেথৱে’ লাইফলং বিনজে’ অ’ফাৰৰ ছাইন আপৰ জৰিয়তে গ্ৰাহকক প্ৰতি মাহত ৩৯৯ টকাৰ ৫০ এম বি পি এছ সেৱা আৰু কোনো ব্যৱহাৰৰ বাবে কোনো ভাড়া বা ডাটা লিমিট অবিহনে আনলিমিটেড ডাটা ব্যৱহাৰ কৰাৰ সুযোগ দিয়া হ’ব। ছাইন আপ কৰাৰ সময়তে, লাইফলং বিনজে’ৰ বাবে গ্ৰাহকে ১,৯৯৯ টকাৰ ননৰিফাণ্ডেবল ৰেজিষ্ট্ৰেশ্যন চাৰ্জ আদায় দিব লাগিব।

ভাৰতৰ নিৰ্দিষ্ট কিছুমান চাৰ্কোলত পূৰ্বৰ ‘লাইফ ছেট হাই’ অ’ফাৰটোতো প্ৰতিমাহে ৩৪৯ টকাৰ এক সম্পূৰ্ণ আনলিমিটেড ৫০ এম বি পি এছ ব্ৰডবেণ্ড প্লেন আগবঢ়োৱা হৈছে। বেছিভাগ মহানগৰীতে হেথৱে’ই ব্ৰডবেণ্ড স্পীড ৫ এম বি পি এছ আৰু ১৫০ এম বি পি এছৰ মাজত গ্ৰাহকলৈ আগবঢ়াব।

বিগত কেই মাহত আমি এয়াৰটেল ব্ৰডবেণ্ড দেখিলো। টাটা স্কাই ব্ৰডবেণ্ড, বি এছ এন এল, স্পেকট্ৰা, এ চি টি ব্ৰডবেণ্ড আৰু নেক্সট্ৰাই তেওঁলোকে গ্ৰাহকক আগবঢ়োৱা টাৰিফ পেকেজত সালসলনি ঘটাইছে। ইয়াৰ ভিতৰত সন্নিৱিষ্ট হৈছে অধিক ফিচাৰ সেৱা আৰু কেতিয়াবা স্পীড বৃদ্ধি কৰাৰ প্লেন।

আশা কৰা হৈছে যে জিঅ’ গিগাফাইবাৰ ব্ৰডবেণ্ডৰ আগমনে ভাৰতত ঘৰুৱা ব্ৰডবেণ্ড সেৱাই বহু দিশত অতি প্ৰয়োজনীয়ভাৱে বাধা সৃষ্টি কৰাটোৰ অন্ত পেলাব। তদুপৰি, ই লগতে ঘৰুৱা ব্ৰডবেণ্ড পেকেজৰ দৰো কৰ্তন কৰি সকাহ দিয়া দেখা যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd