• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেটৰ চৰ্বি কমা নাই নেকি? জানক ৫টা সহজ উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2025 7:00 am
200
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুস্থ হৈ থাকিবলৈ চেষ্টা কৰাৰ সময়ত পেটৰ চৰ্বি কমি যোৱাটো অন্যতম ডাঙৰ প্ৰত্যাহ্বান। যদিও ব্যায়াম আৰু খাদ্যাভ্যাসে এই ক্ষেত্ৰত ডাঙৰ ভূমিকা পালন কৰে, তথাপিও ৰাতিপুৱাৰ সৰু অভ্যাসবোৰেও পেটৰ চৰ্বি হ্ৰাস কৰাত বৃহৎ প্ৰভাৱ পেলাব পাৰে। আপুনি দিনটো আৰম্ভ কৰা ধৰণেই আপোনাৰ বিপাকীয় ক্ৰিয়া, হজম শক্তি আৰু চৰ্বি ক্ষয় প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে। যদি আপুনি পেটৰ চৰ্বি কম কৰিব বিচাৰে তেন্তে ৰাতিপুৱাৰ সঠিক ৰুটিনত মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ। পেটৰ চৰ্বি প্ৰাকৃতিক আৰু স্বাস্থ্যসন্মতভাৱে হ্ৰাস কৰিবলৈ ৰাতিপুৱাৰ ৫টা ফলপ্ৰসূ অভ্যাসৰ বিষয়ে জানি লওক-

১. নেমুৰ পানঃ

Apply Now

ৰাতিপুৱাৰ ৰ’দত খিৰিকীৰ কাষত বহি এগিলাচ নেমুৰ পানী খোৱাৰ অভ্যাসে আপোনাৰ বিপাকীয় ক্ৰিয়াৰ বাবে আচৰিত কাম কৰিব পাৰে। নেমুত ভিটামিন চি থাকে, যিয়ে চৰ্বিৰ অক্সিডেচনত সহায় কৰে, আনহাতে গৰম পানীয়ে পাচনত সহায় কৰে আৰু বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে। ২০১৮ চনৰ এক অধ্যয়নত দেখা গৈছে যে হাইড্ৰেটেড হৈ থাকিলে ওজন হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। এচিকুট ডালচেনি বা মৌ যোগ কৰিলে ইয়াৰ চৰ্বি জ্বলোৱা গুণ আৰু অধিক বৃদ্ধি পাব পাৰে।

২. উচ্চ প্ৰটিনযুক্ত ব্ৰেকফাষ্ট কেতিয়াও এৰি নিদিবঃ

ব্ৰেকফাষ্টত যি খায় সেয়া হয় আপোনাৰ চৰ্বি হ্ৰাসৰ যাত্ৰা ক্ষিপ্ৰ কৰিব পাৰে নহয় লেহেমীয়া কৰিব পাৰে। উচ্চ প্ৰটিনযুক্ত ব্ৰেকফাষ্টে আপোনাক বেছি দিনলৈকে ভৰপূৰ কৰি ৰাখে, ভোক কমায়, আৰু তেজৰ চেনিৰ মাত্ৰা সুস্থিৰ কৰে। কণী, পনিৰ, বাদামৰ দৰে খাদ্যই পেশী গঠনত সহায় কৰে আৰু পেটৰ চৰ্বি হ্ৰাস কৰে।

৩. উপবাসী কাৰ্ডিঅ‘ঃ

ফাষ্টেড কাৰ্ডিঅ’, অৰ্থাৎ ব্ৰেকফাষ্ট খোৱাৰ আগতে ব্যায়াম কৰা, জমা হোৱা চৰ্বি জ্বলোৱাৰ এক উত্তম উপায়। খালী পেটত ব্যায়াম কৰিলে শৰীৰে কাৰ্বহাইড্ৰেটৰ সলনি শক্তিৰ বাবে চৰ্বিৰ ওপৰত নিৰ্ভৰ কৰে। ২০-৩০ মিনিটৰ সাধাৰণ দ্ৰুত খোজ কঢ়া, লঘু জগিং কৰা, বা ৰছী জপিয়াই অতিৰিক্ত কেলৰি কম কৰাত সহায় কৰিব পাৰে আৰু পেটৰ চৰ্বি হ্ৰাস কৰিব পাৰে।

৪. গভীৰ উশাহ লোৱাঃ

পেটৰ চৰ্বি জমা হোৱাৰ অন্যতম ডাঙৰ কাৰণ হ’ল মানসিক চাপ। কৰ্টিছলৰ মাত্ৰা বেছি হ’লে (ষ্ট্ৰেছ হৰম’ন) কঁকালৰ চাৰিওফালে চৰ্বি জমা হ’ব পাৰে। প্ৰতিদিনে পুৱা কেইমিনিটমান গভীৰ উশাহ-নিশাহ, যোগাসন বা ধ্যান কৰিলে কৰ্টিছলৰ মাত্ৰা হ্ৰাস পায় আৰু হজম শক্তি উন্নত হয়, যিয়ে চৰ্বি কমি যোৱাত ভূমিকা পালন কৰে। শান্ত মন এটাই শৰীৰক অধিক কাৰ্যক্ষমভাৱে কাম কৰাত সহায় কৰে, সুস্থ বিপাকীয় ক্ৰিয়াত সহায় কৰে।

৫. ভিটামিন ডিৰ বাবে সূৰ্যৰ পোহৰৰ সংস্পৰ্শঃ

ৰাতিপুৱাৰ সূৰ্যৰ পোহৰত পৰিলে পেটৰ চৰ্বি হ্ৰাস কৰাত আচৰিত ধৰণৰ প্ৰভাৱ পৰিব পাৰে। ২০১৩ চনত কৰা এক অধ্যয়ন অনুসৰি ভিটামিন ডিৰ পৰিমাণ পৰ্যাপ্ত পৰিমাণে থকা লোকৰ পেটৰ চৰ্বি কম হয়। সূৰ্যৰ পোহৰে বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু মেজাজ উন্নত কৰে, অতিমাত্ৰা খাদ্য গ্ৰহণ ৰোধ কৰে। ৰাতিপুৱা মাত্ৰ ১০-১৫ মিনিট সূৰ্যৰ পোহৰত থাকিলে স্বাস্থ্যসন্মত ভিটামিন ডিৰ মাত্ৰা বজাই ৰখাত সহায়ক হয়, যিয়ে পৰোক্ষভাৱে চৰ্বি কমি যোৱাত সহায় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd