• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিবিআইৰ জাল! নিম্ন আদালতৰ জামিনত স্থগিতাদেশ হাইকোৰ্টৰ; জেল’লৈ মন্ত্ৰীসহ ৪ তৃণমূল নেতা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2021 8:00 am
TMC-leaders-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড পৰিস্থিতিৰ মাজতে পশ্চিমবংগৰ ৰাজনীতিত সৃষ্টি হৈছে এক ধুমুহাৰ। নাগদকাণ্ডত চিবিআইৰ জালত পৰা চাৰিগৰাকী তৃণমূল নেতাক লৈ আৰম্ভ হৈছে এক ৰুদ্ধশ্বাস নাটকৰ।

চিবিআইয়ে গ্ৰেপ্তাৰ কৰা মন্ত্ৰী সুব্ৰত মুখাৰ্জী, ফিৰহাদ হাকিম, বিধায়ক মদন মিত্ৰ আৰু প্ৰাক্তন মন্ত্ৰী শোভন চেটাৰ্জীক সোমবাৰে নিম্ন আদালতে দিয়া জামিনত স্থগিতাদেশ জাৰি কৰিছে কলকাতা হাইকোৰ্টে।

Apply Now

সোমবাৰে নিশা কলকাতা হাইকোৰ্টৰ মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে। আনহাতে, গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা বুধবাৰে ধাৰ্য কৰে। তেতিয়ালৈকে নেতা চাৰিগৰাকী জে’ল হাজোততে থাকিব লাগিব।

সোমবাৰে নিম্ন আদালতে অভিযুক্তকেইগৰাকীৰ জামিন মঞ্জুৰ কৰাৰ পাছত চিবিআইয়ে হাইকোৰ্টৰ দ্বাৰস্থ হয়।

আদালতে জৰুৰী ভিত্তিত গোচৰটো গ্ৰহণ কৰি নিশা ৮-১৫বজাত শুনানি আৰম্ভ কৰে। নিশা ৯বজালৈ শুনানি চলে আৰু নিশা ১০-৩০বজাত আদালতে জামিনত স্থগিতাদেশ জাৰিৰ নিৰ্দেশ দিয়ে।

মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠখনে লগতে আদালতত এই গোচৰৰ সৈতে জড়িত যিকোনো প্ৰক্ৰিয়াতে স্থগিতাদেশ দিয়ে। ইয়াৰ ফলত জামিন লাভ কৰিও মুকলি হ’ব নোৱাৰিলে নেতা চাৰিগৰাকী।

বাতৰি অনুসৰি, তেওঁলোকক প্ৰেছিডেন্সি জেল’লৈ প্ৰেৰণ কৰা হৈছে।

ইপিনে, নিজাম পেলেচৰ চিবিআইৰ কাৰ্যালয়ৰ সন্মুখত তৃণমূলৰ কৰ্মীৰ বিক্ষোভ সন্দৰ্ভত চিবিআইয়ে আদালতক এনেদৰে তদন্ত চলাই নিয়া সম্ভৱ নহয় বুলি অৱগত কৰে। চিবিআইয়ে গোচৰটো আন ৰাজ্যলৈ নিয়াৰ পোষকতা কৰে যদিও আদালতে এইক্ষেত্ৰত কোনো সিদ্ধান্ত প্ৰকাশ কৰা নাই।

সোমবাৰে সন্ধিয়া জামিন পোৱাৰ পাছতো অভিযুক্তকেইগৰাকীক চিবিআইৰ বিষয়াসকলে মুকলি কৰিলে নিদিয়াৰ বাবে নতুন বিতৰ্কৰ সৃষ্টি হৈছে। অৱশেষত চিবিআইৰ জালত বন্দী নেতাকেইগৰাকীৰ ঘৰলৈ উভতা নহ’ল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd