• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুকেশ আম্বানীতকৈও ধনী আছিল এইগৰাকী ব্যক্তি, এতিয়া পত্নীৰ গহণা বিক্ৰী কৰি চলাইছে পৰিয়াল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2023 8:02 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি সকলোৱে জানো যে মুকেশ আম্বানী এছিয়াৰ আটাইতকৈ ধনী ব্যৱসায়ী। তেওঁৰ বিলাসী জীৱনশৈলীয়ে আমাৰ সকলোৰে দৃষ্টি আকৰ্ষিত কৰে। 

কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতত মুকেশ আম্বানীতকৈও আন এজন ধনী মানুহ আছিল। কিন্তু পিছত সেই ব্যক্তিজনে ঋণ পৰিশোধ কৰিবলৈ পত্নীৰ গহনা বিক্ৰী কৰিবলগীয়া হৈছিল। জানেনে সেই ব্যৱসায়ীজন কোন? জানো আহক।

Apply Now

বৰ্তমান মুকেশ আম্বানী দেশৰ আটাইতকৈ ধনী ব্যক্তিৰ ভিতৰত এজন । তেওঁৰ মুঠ সম্পত্তি ৮০৮,৭০০ কোটি। কিন্তু এসময়ত মুকেশ আম্বানীৰ ভায়েক অনিল আম্বানী মুকেশ আম্বানীতকৈও ধনী আছিল। সেই সময়ত অনিলৰ সম্পত্তি আছিল ৪২ বিলিয়ন ডলাৰ। কিন্তু এতিয়া ভয়াৱহ আৰ্থিক সংকটত ভুগিছে অনিল আম্বানী । 

এতিয়া প্ৰশ্ন হয় এসময়ত ককায়েক মুকেশ আম্বানীতৈকৈও ধনী অনিল আম্বানী ব্যৱসায়ত কেনেকৈ পিছ পৰিল?

আচলতে ধীৰুভাই আম্বানীৰ মৃত্যুৰ পিছত আম্বানী পৰিয়ালৰ ব্যৱসায়ৰ সাম্ৰাজ্য দুয়ো ভাতৃৰ মাজত সমানে বিভক্ত হৈছিল। পিতৃৰ মৃত্যুৰ পিছত দুয়ো ভাতৃয়ে ৰিলায়েন্সৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বুলি আশা কৰা হৈছিল যদিও সেয়া নহ’ল। ধীৰু ভাইৰ মৃত্যুৰ দুবছৰৰ ভিতৰতে দুয়ো ভাতৃৰ মাজৰ তিক্ততা পোহৰলৈ আহিল। 

মাতৃ কোকিলাবেনে পুত্ৰ দুজনৰ মাজত সকলো সম্পত্তি ভাগ কৰি দিলে। তেল শোধনাগাৰ আৰু পেট্ৰ’কেমিকেলৰ ব্যৱসায় মুকেশ আম্বানীৰ হাতত গতাই দিয়াৰ বিপৰীতে অনিলে টেলিকম, বিত্ত আৰু শক্তি ইউনিট লাভ কৰে। 

ইয়াৰ পিছতে দুয়োজন ভাতৃয়ে ইজনে সিজনৰ লগত প্ৰতিযোগিতা নকৰাৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰথম অৱস্থাত অনিলৰ ব্যৱসায় ভাল আছিল যদিও ২০০৮ চনত বিশ্বৰ মন্দাৱস্থাৰ বাবে তেওঁ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। দক্ষিণ আফ্ৰিকাৰ কোম্পানী এমটিএনএৰ সৈতে হোৱা চুক্তিত তেওঁ ২ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছিল আৰু তাত তেওঁ লোকচানৰ সন্মুখীন হৈছিল। ইয়াৰ উপৰিও তেওঁ চীনৰ বেংকৰ পৰা ঋণ লৈ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। অনিলৰ মুঠ লোকচান আছিল ৪০ বিলিয়ন ডলাৰ। বৰ্তমান তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৭ লাখ ডলাৰ।

আনকি ২০২০ চনত তেওঁ নিজকে দেউলীয়া ঘোষণা কৰিছিল। আনকি আইনী গোচৰত পৰিশোধ কৰিবলৈ তেওঁ পত্নীৰ গহনা বিক্ৰী কৰিবলগীয়া হৈছিল। আনহাতে, ২০১০ চনত চুক্তি সম্পূৰ্ণ হোৱাৰ পিছত মুকেশ আম্বানীয়ে টেলিকম খণ্ডত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত ২০১৭ চনলৈকে তেওঁ ২.৫ লাখ কোটি টকা বিনিয়োগ কৰে। মুকেশ আম্বানীৰ এই পদক্ষেপে তেওঁক ভাৰত আৰু এছিয়াৰ অন্যতম ধনী ব্যক্তি হিচাপে গঢ়ি তুলিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd