DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত প্রধান শিক্ষকক আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 25, 2019 2:16 pm
6.5k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত চত্তেটিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

উত্থাপিত অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক গোলাপ মৰাণে বিশেষভাৱে সক্ষম এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক দীৰ্ঘদিন ধৰি নিজ কাৰ্যালয়লৈ মাতি নি যৌন নিৰ্যাতন চলাই আহিছিল।

এই বিষয়ে ছাত্ৰীগৰাকীয়ে দুদিন পূৰ্বে পৰিয়ালৰ লোকক অৱগত কৰাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে। এই ঘটনাৰ বিষয়ে পৰিয়ালটোৱে জানিব পাৰি লগে লগে টঙনা আৰক্ষী থানাত গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে (U/S 376/511.IPC R/W/ Section.08 Act of Posco act) ৰ অধীনত গোচৰ ৰুজু কৰি শিক্ষকজনক কালি গ্ৰেপ্তাৰ কৰিছে।

ইফালে টঙনা চাহ বাগিচাৰ এটি শ্ৰমিক পৰিয়ালৰ ছাত্ৰীগৰাকীয়ে যৌন নিৰ্যাতনৰ বলি হোৱাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি কালি বিয়লি আটছাৰ সহযোগত টঙনা থানা ঘেৰাও কৰি চত্তেটিং বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলাপ মৰাণক চাকৰিৰ পৰা নিলম্বিত কৰাৰ লগতে ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বুলি জানিব পৰা গৈছে।

আনহাতে শিক্ষাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সনা এই শিক্ষকজনৰ জঘন্য কাণ্ডক লৈ অঞ্চলটোত আজিও ব্যাপকভাৱে চৰ্চিত হোৱাৰ লগতে কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন হৈছ।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd