• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওত গণ সংক্রমণ! সোমবাৰৰ পৰা চৈধ্য দিনৰ ল’ক ডাউন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 4, 2020 7:14 am
IMG_20200703_220453

কোভিড পৰিস্থিতিকলৈ শুকুৰবাৰে ডিমা হাচাও প্ৰশাসনৰ বৈঠক। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণ সংক্রমণৰ দিশে গতি কৰিছে পাৰ্বত্য জিলা ডিমা হাছাও। শেহতীয়াকৈ অহা ৰিপ’ৰ্টত পাৰ্বত্য জিলাৰ আঠগৰাকী ব্যক্তিৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

এই আঠগৰাকী ব্যক্তিৰ ভিতৰত পাঁচগৰাকী হ’ল মান্দাৰদিচা আৰক্ষী চ’কীৰ কৰ্তব্যৰত আৰক্ষী কনিষ্টবল, এগৰাকী দিয়ুঙমুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কেন্টিন চলোৱা কৰ্মী আৰু আন দুগৰাকী লাইছং ক’ৱাৰেন্টাইন কেন্দ্ৰৰ।

Apply Now

পাঁচগৰাকী আৰক্ষী কনিষ্টবলৰ উপৰি দিয়ুঙমুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কেন্টিন চলোৱা কৰ্মীগৰাকীৰো কোনো ট্ৰেভেল হিষ্ট্ৰী নাই।

ইয়াৰ ফলত পাৰ্বত্য জিলাৰ সাধাৰণ ৰাইজৰ মাজত নতুনকৈ আতঙ্কৰ সৃষ্টি হৈছে যাক লৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নেতৃত্বৰ লগতে পাৰ্বত্য প্ৰশাসনৰ মাজত হুৱাদুৱা লাগে।

শুকুৰবাৰে গণ সংক্রমণ ৰোধৰ বাবে অহা দিনত কি ধৰণৰ ব্যৱস্থা লোৱা হ’ব তাক লৈ চিইএম কনফাৰেন্স হ’লত ইএম নন্দিতা গাৰ্লচাৰ সভাপতিত্বত বৈঠক অনুষ্ঠিত হয়।

বৈঠকত স্বাস্থ্য বিভাগৰ ইএম চ্যামুয়াল চাংছান, ইএম নাম্ৰোথাং মাৰ, পাৰিষদ সদস্যৰ উপৰি পৰিষদৰ প্ৰধান সচিব অমিতাভ ৰাজখোৱা, ক’ভিডৰ ন’ডাল অফিচাৰ ইবন টেৰন আদি উপস্থিত থাকে।

বৈঠকত সিদ্ধান্ত হয় যে অহা সোমবাৰৰ পৰা চৈধ্য দিনৰ কাৰণে পাৰ্বত্য ডিমা হাছাও জিলাত ল’ক ডাউন দিয়া হ’ব। অৱশ্যে নিত্য প্ৰয়োজনীয় আৰু জৰুৰীকালীন সেৱাক ল’ক ডাউনৰ বাহিৰত ৰখা হ’ব।

ইপিনে, হাফলং ক’ভিড কেয়াৰ চেন্টাৰৰ আইচ’লেশ্যনত থকা দহ গৰাকী ক’ভিড  যুৱক-যুৱতীৰ স্বাৱ নমুনাৰ ৰিপ’ৰ্ট এতিয়া লৈকে আহি পোৱা নাই। ইয়াক লৈয়ো তেওঁলোকৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।।

শুকুৰবাৰে নতুনকৈ আঠগৰাকী পজিটিভ ৰোগীকলৈ পাৰ্বত্য জিলাত মুঠ পজিটিভ ৰোগীৰ সংখ্যা ১২৮গৰাকী হৈছে। ইয়াৰ ভিতৰত ৯৮ গৰাকীক ডিচচাৰ্জ কৰা হৈছে। বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা ৩০গৰাকী।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd