• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জানেনে কণীৰ বগা অংশ খালে আপুনি লাভ কৰিব এই সমূহ উপকাৰিতা?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 13, 2020 10:49 am

2 min read

WhatsApp Image 2020-12-13 at 10.02.12 AM
383
VIEWS
Share on FacebookShare on Twitter

কণী কম-বেছি পৰিমানে সকলোৰে প্ৰিয় আৰু ই প্ৰ’টিনৰ প্ৰধান উৎস। কণীৰ বগা অংশ ভিটামিন বি-ৰে সমৃদ্ধ আৰু কলেষ্টৰেল মুক্ত।

কিন্তু কণীৰ বগা অংশৰ আৰু আছে বহু উপকাৰিতা। জানি থওক সেইবোৰ-

*কণীৰ বগা অংশ কেলছিয়ামৰে ভৰপূৰ। ই হাড় শক্তিশালী তথা মজবুত কৰাত সহায় কৰে। দেহত কেলছিয়ামৰ অভাৱ হ’লে কণীৰ বগা অংশ খাওক। তদুপৰি, কণীৰ এই বগা অংশই হাড়ৰ বিভিন্ন গুৰুতৰ সমস্যা দূৰ কৰাতো সহায় কৰে।

*তেজ গোট মৰাৰ দৰে সমস্যাৰ বাবে কণীৰ বগা অংশ অত্যন্ত উপকাৰী। কণীৰ বগা অংশত প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে ৰক্ত সঞ্চালন বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি ইয়াত পটাছিয়াম থাকে যিয়ে হৃৎপিণ্ডৰ সমস্যাসমূহৰ পৰা দূৰত থকাত সহায় কৰে।

*উচ্চ ৰক্তচাপ থাকিলে কণীৰ বগা অংশ খাব পাৰে। কিয়নো ইয়াৰ প্ৰচুৰ পৰিমানে পটাছিয়াম থাকে যিটো ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

*কণীৰ বগা অংশ খালে শৰীৰত আইৰণৰ ঘাটি পূৰণ হয়। যদি কোনোবাই মূৰ ঘুৰোৱা বা ক্লান্তি অহাৰ দৰে সমস্যা থাকে তেনেহ’লে দিনে এটাকৈ কণী খাওক। মেগনাছিয়াম আৰু মেংগানিজ সমৃদ্ধ এই খাদ্যই শৰীৰক ক্লান্তিবোধৰ পৰা আঁতৰত ৰাখিব।

* শৰীৰৰ পেশীসমূহ মজবুত কৰি গঢ়ি তোলাত কণীৰ বগা অংশই বিশেষ সাহায্য কৰে। পেশীসমূহ শক্তিশালী কৰি ৰাখিবলৈ প্ৰতিদিনৰ খাদ্য তালিকাত কণীৰ বগা অংশ ৰাখক।

* কণীৰ বগা অংশই ছালৰ সংকোচন, ছালৰ তেলেতীয়া গুণ দূৰ কৰা, ব্ৰুণ প্ৰতিৰোধ আৰু মুখমণ্ডলৰ অবাঞ্চিত নোম আদি দূৰ কৰাত বহু উপকাৰী।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd