• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কি কি দুৰাৰোগ্য ৰোগকো ৰুধিব পাৰে ক’লা জালুকে? জানিবলৈ পঢ়ক….

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2024 7:07 pm
black pepper benefits
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলা জালুক বিশ্বজুৰি সৰ্বাধিক ব্যৱহৃত মছলাৰ ভিতৰত অন্যতম। খাদ্যৰ সোৱাদ বৃদ্ধিৰ ক্ষেত্ৰত জালুকৰ কোনো তুলনা নাই। হিন্দুৰ বিভিন্ন পূজাতো জালুক ব্যৱহাৰ কৰা হয়। 

স্বাস্থ্যৰ বাবেও জালুক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াত শক্তিশালী ঔষধি গুণ থাকে, যাৰ বাবে আয়ুৰ্বেদতো ইয়াক বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰাচীন কালৰে পৰা ভাৰতীয় মানুহে জালুক ব্যৱহাৰ কৰি আহিছে। জালুকৰ স্বাস্থ্য উপকাৰিতা অন্তহীন। জালুক খালে শৰীৰৰ কি কি উপকাৰিতা হয় জানো আহক…

Apply Now

জালুক শক্তিশালী এন্টিঅক্সিডেন্টৰ ভঁৰাল। এই এন্টিঅক্সিডেন্টবোৰে ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱ শৰীৰলৈ যোৱাত বাধা দিয়ে। প্ৰদূষণ, চিগাৰেটৰ ধোঁৱা আৰু সূৰ্যৰ পোহৰৰ দৰে বস্তুৰ সংস্পৰ্শলৈ আহিলে শৰীৰত ফ্ৰী ৰেডিকেল উৎপন্ন হয়, যাৰ ফলত শৰীৰত প্ৰদাহ হয় আৰু হৃদৰোগ, কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। জালুকত থকা পাইপেৰিনে শৰীৰক এই ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে আৰু শৰীৰক সুস্থ কৰি ৰাখে।

আমাৰ শৰীৰৰ প্ৰদাহ কমোৱাত কলা জালুক অতি ফলপ্ৰসূ। শৰীৰৰ বিভিন্ন অংশত প্ৰদাহ হ’লে বাতবিষ, হৃদৰোগ আৰু মধুমেহ ৰোগ হ’ব পাৰে। জালুকত থকা যৌগবোৰে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে। এলাৰ্জী, হাঁপানী, বাতবিষকে ধৰি বহু ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

জালুক আমাৰ মগজুৰ বাবেও অতি উপকাৰী। এনমাইলৰ এক অধ্যয়নত দেখা গৈছে যে জালুকত থকা পাইপেৰিনে মগজুৰ কাৰ্য্যক্ষমতা নিয়ন্ত্ৰণ কৰে। বিশেষকৈ যিসকলৰ এলঝেইমাৰ আৰু পাৰ্কিনছনৰ দৰে সমস্যা আছে, তেওঁলোকে জালুক খালে সকাহ পাব পাৰে। জালুকে স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে। স্মৃতিশক্তি চোকা কৰিব বিচাৰিলে জালুক খাব পাৰে। দীৰ্ঘদিন ধৰি স্মৃতিশক্তি চোকা কৰি ৰখাত ই সহায় কৰিব।

বহু গৱেষণাৰ পৰা দেখা গৈছে যে জালুকত থকা এন্টিঅক্সিডেন্ট পাইপেৰিনে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে জালুক অতি উপকাৰী।

জালুক খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়। আচলতে জালুকত এটা সক্ৰিয় যৌগ থাকে, যাৰ ফলত কেন্সাৰ কোষৰ বৃদ্ধি হ্ৰাস পায়। জালুকে কলেষ্টেৰলো হ্ৰাস কৰিব পাৰে। যিসকলে কলেষ্টেৰলৰ সমস্যাত ভুগি আছে তেওঁলোকে নিয়মীয়াকৈ জালুক খাব লাগে। কিন্তু তাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

August 2, 2026 7:55 pm
নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd