• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মিঠা আলুৰো আছে অনেক উপকাৰী গুণঃ জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2024 8:50 pm
Health Benefits Of Sweet Potatoes
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ বাৰীতেই হওক বা বজাৰত, সততে পোৱা পুষ্টিকৰ খাদ্যৰ তালিকাত অনন্য হৈছে মিঠা আলু। মিঠা আলুৰ স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জ্ঞাত নোহোৱাৰ বাবে বহু লোকে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়আ পৰিলক্ষিত হয়।

কিন্তু এই খাদ্য বিধ ইমানেই উপকাৰী গুণেৰে ভৰপূৰ যে, এই বিষয়ে জানিলে আপুনি কেতিয়াও খাদ্যৰ তালিকাৰ পৰা মিঠা আলুক বাদ দিব নুখুজিব। মিঠা আলু হৈছে আঁহ, ভিটামিন, খনিজ পদাৰ্থ আদিৰ এক উৎকৃষ্ট উৎস।

Apply Now

ভিটামিন এ, চি, আৰু বি ৬, খনিজ পদাৰ্থ যেনে পটাছিয়াম আৰু মেংগানিজ আদিৰ এক উৎকৃষ্ট উৎস মিঠা আলুত এন্টিঅক্সিডেন্টো থাকে, যি শৰীৰক ৰোগ সৃষ্টিকাৰী কাৰকৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

তদুপৰি সাধাৰণ আলুৰ তুলনাত মিঠা আলুৰ গ্লাইচেমিক ইনডেক্স কম, অৰ্থাৎ খোৱাৰ পিছত তেজত চেনিৰ মাত্ৰা লাহে লাহে বৃদ্ধি পায়। সেয়ে ডায়েবেটিছ ৰোগীসকলেও মিঠা আলুক নিজৰ খাদ্য তালিকাত ৰাখিব পাৰে।

মিঠা আলুৰ এনে বহুতো স্বাস্থ্য উপকাৰিতা আছে। তাৰে কিছু চাও আহকঃ

১/ পুষ্টিকৰ উপাদানৰ উপস্থিতি

মিঠা আলুত ভিটামিন এ, ভিটামিন চি, ভিটামিন বি ৬ আদি প্ৰয়োজনীয় ভিটামিন থাকে, যিবোৰ সুস্বাস্থ্য বজাই ৰখা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়।

২/ দৃষ্টিশক্তি উন্নত কৰা

মিঠা আলুত থকা ভিটামিন এৰ উচ্চ মাত্ৰাই দৃষ্টিশক্তি বৃদ্ধি কৰে আৰু বয়সৰ লগত জড়িত মেকুলাৰ ডিজেনেৰেচন প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

৩/ হজম শক্তি বৃদ্ধি

মিঠা আলুত আঁহৰ পৰিমাণ বেছি, যিয়ে পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে। ইয়াৰ উপৰিও ইয়াত এনে এনজাইম থাকে যি হজম শক্তি অধিক কাৰ্যক্ষম কৰি তোলে।

৪/ ওজন নিয়ন্ত্ৰণ

মিঠা আলুত উপলব্ধ পুষ্টিকৰ উপাদানসমূহ ওজন নিয়ন্ত্ৰণত যথেষ্ট সহায়ক হৈ পৰে।

৫/ হৃদযন্ত্ৰৰ সুৰক্ষা

মিঠা আলুত পোৱা পটাছিয়ামৰ অধিক পৰিমাণে ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰি ৰখাত সহায় কৰে আৰু ষ্ট্ৰোক বা হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

৬/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা

মিঠা আলুত থকা ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্টৰ সংমিশ্ৰণে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি শৰীৰক সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd