DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘সহায়’ৰ উদ্যোগত শিৱসাগৰত বানাক্ৰান্ত এলেকাত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 4, 2019 7:16 am
IMG-20190803-WA0008

ফটো : নৰ্থইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ‘সহায়’ ৰ উদ্যোগত শনিবাৰে গৌৰিসাগৰ উন্নয়ন খণ্ডৰ অধীনৰ হাতীঘুলিৰ শিলপুখুৰী মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

স্বাস্থ্য শিবিৰত বৃহত্তৰ হাতীঘুলি অঞ্চলৰ কেইবা শতাধিক বানাক্রান্ত ৰাইজে স্বাস্থ্য পৰীক্ষা কৰোৱায়।

‘সহায়’ৰ লগতে উক্ত স্বাস্থ্য শিবিৰত সহযোগ কৰে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগ আৰু গৌৰিসাগৰ প্ৰাথমিক স্বাস্থ্য বিভাগে।

এই স্বাস্থ্য শিবিৰত ডাঃ মাখন কলিতা, ডাঃ চন্দন কোঁৱৰ, ডাঃ অভিষেক খান্দেলিয়া, ডাঃ শিখৰ জ্যোতি ভূঞা আৰু ডাঃ চানজামা চানে অংশ গ্ৰহণ কৰে।

তেওঁলোকে শিবিৰলৈ অহা লোক সকলক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ প্ৰদান কৰে।

শিবিৰত স্বাস্থ্য প্ৰশিক্ষক দ্বিজেন দত্ত, বহুমূখী স্বাস্থ্য কৰ্মী দুলাল কটকী, দেৱজিত শৰ্মা, সংগীতা গগৈ, অতুল কটকীয়েও অংশ গ্ৰহণ কৰে।

উক্ত শিবিৰত চকু আৰু মেলেৰীয়া ৰোগৰো পৰীক্ষা কৰা হয়।

নেত্ৰ সহায়ক ৰুহিনী পাচনী, মেলেৰীয়া বিভাগৰ কৰ্মচাৰী ডিম্বেশ্বৰ চেতিয়া, মুলুকা বৰুৱাৰ লগতে  বহু কেইগৰাকী নাৰ্চে সেৱা আগবঢ়ায়।

স্বাস্থ্য শিবিৰৰ আৰম্ভণিতে শিলপুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষক সুনভ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে ‘সহায়’ৰ সম্পাদক কল্যানজ্যোতি বুঢ়াগোহাঁইয়ে।

তনুজ তন্ময় গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত ‘সহায়’ৰ সভাপতি পংকজ টিপমীয়া, পিন্টু ফুকন,  ৰাজীৱ বৰা আৰু শান্তনু ফুকনে অংশ গ্ৰহণ কৰে।

Recent News

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd