DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ক’ভিড-১৯ৰ সংক্ৰমণ এতিয়াও নিয়ন্ত্ৰণত আছে : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 19, 2020 9:21 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

327
VIEWS
Share on FacebookShare on Twitter

আজি বিয়লি শিৱসাগৰত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীজনে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত এখন বিভাগীয় পৰ্যলোচনা সভাত অংশ গ্ৰহণ কৰে।

স্বাস্থ্য মন্ত্ৰী জনে সংবাদ মাধ্যমৰ আগত কয় যে শিৱসাগৰত ক’ভিড-১৯ ৰ সংক্ৰমণ এতিয়াও নিয়ন্ত্ৰণত আছে। তেওঁ শিৱসাগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক শিৱসাগৰত ক’ভিড টেষ্ট বৃদ্ধি কৰিবলৈ পৰামৰ্শ আগবঢ়ায় বুলি জানিবলৈ দিয়ে।

শিৱসাগৰৰ ক’ভিড-১৯ৰ চিকিৎসাৰ যি ক’ভিড কেয়াৰ চেন্টাৰ আছে তাত আৰু ১০০ খন বিচনা বঢ়াবলৈ প্ৰশাসনক তথা স্বাস্থ্য বিভাগক আহ্বান জনায়।

শিৱসাগৰ নগৰৰ চাৰিটা স্থানত স্থায়ী ক’ভিড স্কিনিং চেন্টাৰ স্থাপন কৰিবলৈ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।

লগতে তেওঁ অহা ২২ জুলাইৰ পৰা সমগ্ৰ অসমত বলৱৎ হবলগীয়া আন্তঃ জিলা পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰত যি  নিয়ম চৰকাৰে বান্ধি দিছে, সেই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনক কঠোৰ হ’বলৈ আহ্বান জনায়।

ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পৰ্যালোচনা সভাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, মন্ত্ৰী যোগেন মহন আৰু থাওৰাৰ বিধায়ক কুশল দুৱৰী।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আজি ডিব্ৰুগড়, তিনিচুকীয়া আৰু  চৰাইদেউ জিলা পৰিভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত হয়।

বিভাগীয় পৰ্যালোচনা সভাৰ পিছত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি কাজিৰঙা অভিমুখে ৰাওনা হয়।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd