DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিকিৎসালয়ৰ নিৰাপত্তাকৰ্মীয়েই প্ৰহাৰ কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্যক! শুনি আচৰিত প্ৰধানমন্ত্ৰীও

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 19, 2021 4:33 pm
263
VIEWS
Share on FacebookShare on Twitter

চিকিৎসালয়ত নিৰাপত্তাকৰ্মীৰ দৌৰাত্মৰ কথা নতুন নহয়।

বহু সময়ত ৰোগী অথবা ৰোগীৰ আত্মীয়ৰ সৈতে চিকিৎসালয়ৰ নিৰাপত্তাকৰ্মীয়ে কাজিয়া অথবা মাৰপিটত লিপ্ত হোৱাৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।

কিন্তু এইবাৰ খোদ দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়েই চিকিৎসালয়ৰ নিৰাপত্তা কৰ্মীৰ হাতত অপদস্থ হ’বলগীয়া হোৱাৰ কথাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱ্যই গৈছিল দিল্লীৰ ছফদৰগঞ্জ চিকিৎসালয় আকস্মিক ভাবে পৰিদৰ্শন কৰিবলৈ।

চিকিৎসালয় খনত তেওঁ কেইবাখনো আঁচনি মুকলি কৰাৰো কথা আছিল।

চিকিৎসালয়ত এজন সাধাৰণ নাগৰিকৰ দৰে প্ৰৱেশ কৰা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয় খনত থকা এখন বেঞ্চত বহিবলৈ লোৱাৰ সময়তে কাষতে থকা চিকিৎসালয়ৰ নিৰাপত্তা কৰ্মী এজনে স্বাস্থ্যমন্ত্ৰীগৰাকীক খেদা মাৰি আহে আৰু প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

এই ঘটনাত হতভম্ব হৈ পৰে কেন্দ্ৰী স্বাস্থ্যমন্ত্ৰীগৰাকী।

তেওঁ কোনো মতে সেই স্থানৰ পৰা নিজকে বচাই আঁতৰি আহিবলৈ সক্ষম হয়।

দৰাচলতে চিকিৎসালয় খনৰ নিৰাপত্তা কৰ্মীগৰাকীয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক চিনি পোৱা নাছিল আৰু সাধাৰণ মানুহ বুলি ভাবি প্ৰহাৰ কৰিছিল।

এই ঘটনাটোৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক অভিযোগ দিয়াৰ পিছতে আচৰিত হৈ পৰে প্ৰধানমন্ত্ৰী মোদী।

ইপিনে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয় খনৰ নিৰাপত্তাকৰ্মীগৰাকীক কামৰ পৰা অব্যাহতি দিয়াৰ ইচ্ছা প্ৰকাশ কৰা নাই।

তেওঁৰ মতে এজন কৰ্মচাৰীক শাস্তি বিহিলেই সমস্যাটোৰ সমাধান নহ’ব।

ইয়াৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটোৰে সংস্কাৰ সাধন কৰাৰ বিষয়তহে গুৰুত্ব দিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্যই।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd