• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সতৰ্কতা অৱলম্বন কৰক, ৫০০০ মানুহ একেলগে কৰ’নাত আক্ৰান্ত হ’লে আমি বিপদত পৰিম : হিমন্ত বিশ্ব শৰ্মা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 16, 2020 3:58 pm

1 min read

WhatsApp Image 2020-01-25 at 1.33.45 PM

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

69.3k
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত কৰ’না ভাইৰাছ সম্বন্ধে এখন সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেল সম্বোধন কৰি শৰ্মাই জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনায় সকলোকে সজাগ হৈ থাকিবলৈ  কয়।

অসমত বৰ্তমানলৈ এজনো ব্যক্তিৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই বুলিও শৰ্মাই সদৰী কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে বাংগালুৰু, কেৰালা আদি অঞ্চলৰ পৰা ঘৰলৈ উভতি অহা শিক্ষাৰ্থী, কৰ্মী সকলক যিকোনো ধৰণৰ কৰ’না সম্বন্ধীয় লক্ষণ দেখা দিলেই চৰকাৰী চিকিৎসালয়লৈ আহি পৰীক্ষা কৰিবলৈও অনুৰোধ কৰে।

‘‘বহুতে কৰ’না সম্বন্ধীয় পৰীক্ষা সমূহ কৰিবলৈ নিবিচাৰি পলায়ন কৰিব বিচাৰে। এনে কৰিব নালাগে কাৰণ এয়া লুকুৱাই ৰখাৰ সময় নহয়। আপোনাৰ গাত হ’লে পৰিয়ালৰ সকলো লোকলৈ বিয়পিব পাৰে,’’ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

তেওঁ লগতে পৰিয়ালৰ বৃদ্ধ লোক সকলক এই ভাইৰাছে সহজে স্বীকাৰ কৰি ল’ব পাৰে বুলি উল্লেখ কৰি যিকোনো সদস্যৰ শৰীৰত লক্ষণে দেখা দিলে শীঘ্ৰেই পৰীক্ষা কৰাৰ বাবে অনুৰোধ কৰে।

‘‘এতিয়াই যদি সতৰ্কতা অৱলম্বন কৰিব নোৱাৰো পিছত একেলগে ৫০০০ মানুহ কৰ’নাত আক্ৰান্ত হ’লে অসমৰ সীমিত স্বাস্থ্য সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিপদত পৰিম,’’ শৰ্মাই লগতে কয়।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মাস্ক, চেনিটাইজাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা অসাধু ব্যৱসায়ী সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমেলত কয়।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd