DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুৰা আৰু নাৰীৰ আড্ডাস্থলীত পৰিণত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ চৰকাৰী বাংলো!

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 17, 2019 6:32 am
20190914_204839(1)

প্ৰৱঞ্চনাৰে কাৰ্যালয়ৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত শিনাবৰে গ্ৰেপ্তাৰ হৈছিল হিল্টন শইকীয়া। ফাইল ফটো : নৰ্থইষ্ট নাও

2.9k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এজন কৰ্মচাৰী প্ৰৱঞ্চনাৰে এগৰাকী যুৱতীক ধৰ্ষণ কৰা ঘটনাত শনিবাৰে গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শিৱসাগৰৰ স্বাস্থ্য বিভাগত।

এইবাৰ প্ৰশ্ন উঠিছে যুটীয়া সঞ্চালকৰ চৰকাৰী বাংলোটোক লৈ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ঠিকা ভিত্তিত কাম কৰা হিল্টন শইকীয়াই ঐতিহাসিক বাংলোটো সুৰা আৰু নাৰীৰ আড্ডাস্থলীলৈ পৰিণত কৰি তুলিছিল।

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ চৰকাৰী বাংলোটো দীৰ্ঘদিন ধৰি সুৰা আৰু নাৰীৰ আড্ডাস্থলীলৈ পৰিণত হোৱাৰ এক অভিযোগ এতিয়া উত্থাপন হৈছে।

এই বাংলোটোকেই ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ প্ৰগ্ৰেম মেনেজাৰ  হিল্টন শইকীয়াৰ লগতে অন্য এগৰাকী কৰ্মচাৰীয়ে  ব্যৱহাৰ কৰি আহিছে বুলি জানিব পৰা গৈছে।

শিৱসাগৰ বৰপুখুৰী পাৰত অৱস্থিত এই  উচ্চপদস্থ বিষয়াৰ চৰকাৰী বাংলোটো কেনেদৰে এজন ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ঠিকা ভিত্তিত কাম কৰা  প্ৰগ্ৰেম মেনেজাৰে লাভ কৰিলে তাক লৈ এতিয়া  বিভাগত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বাংলোটোত পূৰ্বে মদৰ পাৰ্টিৰ লগতে অন্য নাৰী আহি থকাৰ অভিযোগ বিভাগীয় কৰ্মচাৰী এজনে স্বাস্থ্য বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষক জনাইছিল যদিও কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিল বুলি এক সুত্ৰই জানিবলৈ দিয়ে।

এইটো চৰকাৰী বাংলোটেই পত্নী নথকাত হিল্টন শইকীয়াই তেওঁৰ প্ৰেমিকাক আনি ৰাখিছিল বুলি নিজ মুখে স্বীকাৰ কৰে তেওঁৰ প্ৰেমিকা গৰাকীয়েই।

প্ৰেমিকা গৰাকীৰ ভাষ্য মতে হিল্টন শইকীয়াৰ কোঠাত খালী মদৰ বটল ভৰ্তি হৈ আছে।

এতিয়া প্ৰশ্ন হয় যুটীয়া সঞ্চালকৰ চৰকাৰী আৱাসটো কেনেকৈ এজন ঠিকা ভিত্তিত কাম কৰা ব্যক্তিয়ে লাভ কৰিলে?

আনহাতে, কেমেৰা দেখি দৌৰি গাড়ীত উঠা ব্যক্তিজন কেনেদৰে বেমাৰ হৈ দুদিন চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিব পাৰে?

স্বাস্থ্য বিভাগৰ কৰ্মী হোৱাৰ বাবেই ৰঙা ঘৰৰ পৰিৱৰ্তে চিকিৎসালয়ত থকাৰ সুবিধা পাইছে নেকি, তাক লৈও ৰাইজৰ মাজত প্ৰশ্ন উপজিছে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd