• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্ৰীষ্মকালৰ বাবে স্বাস্থ্যসন্মত ব্ৰেকফাষ্টৰ ৰেচিপি, এই খাদ্যই আপোনাৰ ওজন কমোৱাত কৰিব সহায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2025 7:00 am
97
VIEWS
Share on FacebookShare on Twitter

এই প্ৰচণ্ড গৰমত খাদ্য আৰু পানীয়ৰ সমস্যা সদায় থাকেই। বহুতৰে গধুৰ খাদ্য খাবলৈ মন নাযায়। তদুপৰি এই গৰমত পেটত থকা চৰ্বিজাতীয় খাদ্য আৰু চেনি হজম কৰাটো কঠিন। কিন্তু ব্ৰেকফাষ্ট যদি এৰিব বিচাৰে এৰিব পাৰি, কোনো সমস্যা নাই! তাৰ পাছত, লিকুইড ডায়েটলৈ সলনি হ’ব লাগিব। তলত কিছুমান সুস্বাদু আৰু পুষ্টিকৰ ব্ৰেকফাষ্টৰ ৰেচিপি আগবঢ়োৱা হ’ল।

স্মুদি

স্মুদি হৈছে বিভিন্ন পুষ্টিকৰ খাদ্যৰ সংমিশ্ৰণ। ব্লেণ্ডাৰত যিকোনো বতৰৰ ফল, গাখীৰ বা দৈ, আৰু কিছু ওটছ মিহলাই স্মুদি বনাব পাৰি। ইয়াক বনাবলৈ অতি কম সময় লাগে আৰু খাবলৈও অতি ভাল।

বেলৰ চৰবত

পকা বেলখিনি পানীৰে ভালদৰে ধুই লওক। চামুচ বা চুৰি ব্যৱহাৰ কৰি বেলৰ কঠিন খোলাটোৰ পৰা কোমল অংশ পৃথক কৰি লওক। তাত পৰ্যাপ্ত পৰিমাণৰ পানী দি অলপ সময় থৈ দিব। তাৰ পিছত পানীৰ লগত ভালদৰে মিহলাই লৰাই থাকিব যেতিয়ালৈকে পানীৰ লগত মিহলি নহয়। বেলৰ পৰা গুটিবোৰ পৃথকে পৃথকে উলিয়াই লওক। বেলৰ ৰসখিনি চেকি লৈ পৃথক কৰি লওক। চেনিৰ সলনি গুড় ব্যৱহাৰ কৰক। এই ৰসত অলপ দৈ দিলে প্ৰটিনৰ মাত্ৰাও যথেষ্ট বৃদ্ধি পাব।

বুটৰ গুৰিৰ চৰবত

বুটৰ গুৰিৰ চৰবত সাধাৰণতে নিমখ, নেমু, আৰু অলপ জিৰা গুড়িৰ সৈতে খাব লাগে। কিন্তু তাত অকণমান দৈ আৰু গুৰ মিহলাই দিলে এই ৰসৰ পুষ্টিগুণ বহু পৰিমাণে বৃদ্ধি পায়। কাৰণ গুড়ত প্ৰচুৰ পৰিমাণে মাইক্ৰ’নিউট্ৰিয়েণ্ট, আইৰণ, মেংগানিজ, মেগনেছিয়াম থাকে। টেঙা দৈত প্ৰ’টিন আৰু প্ৰ’-এন্টিবায়টিকো থাকে। তাৰ পিছত খালী পেটত এটা ডাঙৰ গিলাচ বুটৰ গুৰিৰ চৰবত খালে পেটটো প্ৰায় ২ ঘণ্টা ধৰি পেট ভৰি থাকিব।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd