• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰশ্নৰ মুখত গুজৰাট মডেল! ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত স্মাৰ্ট চিটি আহমেদাবাদ, অমিত শ্বাহৰ গান্ধীনগৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 1, 2024 8:56 am
প্ৰশ্নৰ মুখত গুজৰাট মডেল! ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত স্মাৰ্ট চিটি আহমেদাবাদ, অমিত শ্বাহৰ গান্ধীনগৰ

গুজৰাটৰ গান্ধীনগৰত ভাঙি পৰা পথত সোমাই গৈছে এখন গাড়ী। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটত ধাৰাসাৰ বৰষুণ চলি আছে। আহমেদাবাদত পথ ভাঙি যোৱাৰ সমান্তৰালকৈ গান্ধীনগৰত বৰষুণৰ পানীৰ বাবে দুৰ্বল ভাঙি পৰা পথত গাড়ী সোমাই গৈছে। দেখা গৈছে যে পথৰ কাষত পথৰ লগতে আৰু মাটি খহি পৰাৰ বাবে গাড়ী এখন গাঁতত সোমাই পৰিছে। ধাৰাসাৰ বৰষুণৰ ফলত গুজৰাটৰ বহু ঠাইত বান পৰিস্থিতিৰ সৃষ্টি হৈছে।

আহমেদাবাদ স্মাৰ্ট চিটিৰ শ্বেলাত প্ৰচণ্ড বৰষুণৰ সময়ত পথটোৰ এটা অংশ ভাঙি পৰাত গহ্বৰৰ দৰে বিশাল গাঁতৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়াত বিয়পি পৰা এটা ভিজুৱেলত দেখা গৈছে যে এটা পথৰ মাজভাগ গুহাত পৰিণত হৈছে, তীব্ৰ গতিৰে পানী তালৈ বৈ গৈছে।

ইপিনে, পাঠিক আশ্ৰমৰ সমীপৰ আণ্ডাৰপাছত জমা হোৱা বৰষুণৰ ৱাটাৰ ব’উজাৰৰ সহায়ত পাম্প কৰি উলিয়াই দিয়া হয়। ধাৰাসাৰ বৰষুণৰ ফলত আহমেদাবাদ চহৰৰ বহু অংশ জলমগ্ন হৈ পৰিছে।

আনহাতে, দিল্লী বিমানবন্দৰৰ ঘটনাৰ দৰে এদিন পিছতে একেধৰণে ভাঙি পৰিছে ৰাজকোট বিমানবন্দৰৰ চাদ। শনিবাৰে ৰাজকোট বিমানবন্দৰৰ যাত্ৰী পিকআপ আৰু ড্ৰপ এলেকাত চাদখন ভাঙি পৰে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, চাদত জমা হোৱা পানী বাহিৰলৈ উলিয়াই দিবলৈ মেৰামতিৰ কামৰ সময়ত চাদখন ভাঙি যায়। এই ঘটনাত কোনো লোক আহত হোৱা নাই যদিও বিতং প্ৰতিবেদন বিচৰা হৈছে। মেৰামতিৰ কাম চলি আছে।

After just four hours of moderate rain, Ahmedabad’s roads are collapsing left, right & center.

Despite the Ahmedabad Municipal Corporation’s budget of ₹12,262.83 crore and the BJP’s dominance in the AMC for 30 out of the past 35 years, with 159 out of the 192 present… pic.twitter.com/edVJ0orrQy

— Achal Shah (@achalshah06) June 30, 2024

মুঠতে বাৰিষাৰ বৰষুণৰ ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্য গুজৰাটত বিপৰ্যয়ে দেখা দিছে। অৱশ্যে এয়া সাধাৰণ প্ৰাকৃতিক বিপৰ্যয়. বুলি মানি লবলৈ টান পাইছে বিৰোধীয়ে। ইমান দিনে গুজৰাট মডেলক লৈ গুণ বখানি অহা বিজেপিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ই উদঙাই দিয়া বুলিহে সমালোচনা কৰা হৈছে। এই সন্দৰ্ভত বিৰোধীয়ে বিভিন্ন পোষ্ট যোগে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

August 18, 2025 1:19 pm
সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

August 18, 2025 12:58 pm
আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

August 18, 2025 11:29 am
ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

August 18, 2025 1:19 pm
সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

August 18, 2025 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd