• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰশ্নৰ মুখত গুজৰাট মডেল! ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত স্মাৰ্ট চিটি আহমেদাবাদ, অমিত শ্বাহৰ গান্ধীনগৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 1, 2024 8:56 am
গুজৰাটৰ গান্ধীনগৰত ভাঙি পৰা পথত সোমাই গৈছে এখন গাড়ী। ফটোঃ সংগ্ৰহীত।

গুজৰাটৰ গান্ধীনগৰত ভাঙি পৰা পথত সোমাই গৈছে এখন গাড়ী। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটত ধাৰাসাৰ বৰষুণ চলি আছে। আহমেদাবাদত পথ ভাঙি যোৱাৰ সমান্তৰালকৈ গান্ধীনগৰত বৰষুণৰ পানীৰ বাবে দুৰ্বল ভাঙি পৰা পথত গাড়ী সোমাই গৈছে। দেখা গৈছে যে পথৰ কাষত পথৰ লগতে আৰু মাটি খহি পৰাৰ বাবে গাড়ী এখন গাঁতত সোমাই পৰিছে। ধাৰাসাৰ বৰষুণৰ ফলত গুজৰাটৰ বহু ঠাইত বান পৰিস্থিতিৰ সৃষ্টি হৈছে।

আহমেদাবাদ স্মাৰ্ট চিটিৰ শ্বেলাত প্ৰচণ্ড বৰষুণৰ সময়ত পথটোৰ এটা অংশ ভাঙি পৰাত গহ্বৰৰ দৰে বিশাল গাঁতৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়াত বিয়পি পৰা এটা ভিজুৱেলত দেখা গৈছে যে এটা পথৰ মাজভাগ গুহাত পৰিণত হৈছে, তীব্ৰ গতিৰে পানী তালৈ বৈ গৈছে।

ইপিনে, পাঠিক আশ্ৰমৰ সমীপৰ আণ্ডাৰপাছত জমা হোৱা বৰষুণৰ ৱাটাৰ ব’উজাৰৰ সহায়ত পাম্প কৰি উলিয়াই দিয়া হয়। ধাৰাসাৰ বৰষুণৰ ফলত আহমেদাবাদ চহৰৰ বহু অংশ জলমগ্ন হৈ পৰিছে।

Apply Now

আনহাতে, দিল্লী বিমানবন্দৰৰ ঘটনাৰ দৰে এদিন পিছতে একেধৰণে ভাঙি পৰিছে ৰাজকোট বিমানবন্দৰৰ চাদ। শনিবাৰে ৰাজকোট বিমানবন্দৰৰ যাত্ৰী পিকআপ আৰু ড্ৰপ এলেকাত চাদখন ভাঙি পৰে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, চাদত জমা হোৱা পানী বাহিৰলৈ উলিয়াই দিবলৈ মেৰামতিৰ কামৰ সময়ত চাদখন ভাঙি যায়। এই ঘটনাত কোনো লোক আহত হোৱা নাই যদিও বিতং প্ৰতিবেদন বিচৰা হৈছে। মেৰামতিৰ কাম চলি আছে।

After just four hours of moderate rain, Ahmedabad’s roads are collapsing left, right & center.

Despite the Ahmedabad Municipal Corporation’s budget of ₹12,262.83 crore and the BJP’s dominance in the AMC for 30 out of the past 35 years, with 159 out of the 192 present… pic.twitter.com/edVJ0orrQy

— Achal Shah (@achalshah06) June 30, 2024

মুঠতে বাৰিষাৰ বৰষুণৰ ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্য গুজৰাটত বিপৰ্যয়ে দেখা দিছে। অৱশ্যে এয়া সাধাৰণ প্ৰাকৃতিক বিপৰ্যয়. বুলি মানি লবলৈ টান পাইছে বিৰোধীয়ে। ইমান দিনে গুজৰাট মডেলক লৈ গুণ বখানি অহা বিজেপিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ই উদঙাই দিয়া বুলিহে সমালোচনা কৰা হৈছে। এই সন্দৰ্ভত বিৰোধীয়ে বিভিন্ন পোষ্ট যোগে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd