DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৯ৰ পৰা ২১ জুলাইলৈ অসম,উত্তৰ-পূৱত হ’ব ধাৰাসাৰ বৰষুণ, ৰেড এলাৰ্ট জাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2020 4:19 pm
rain_1204b10e-c
2k
VIEWS
Share on FacebookShare on Twitter

এনেয়ে মৰে ঋষিৰ শাপত, তাতে দিয়ে ধানৰ ভাপত।

অসমৰ অৱস্থাও তেনে হ’বলৈয়ে গৈ আছে। ৰাজ্যত বানে কালান্তক ৰুপ ধাৰণ কৰাৰ সময়তে ১৯ জুলাইৰ পৰা ২১ জুলাই পৰ্যন্ত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰাৰ পিছতে এতিয়া অধিক শংকিত হৈ পৰিছে বানপীড়িত লোক সকল।

কেন্দ্ৰীয় বতৰ বিজ্ঞাল কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আৰৱ সাগৰৰ পৰা বলা জলীয় বাষ্প যুক্ত বতাহ আৰু মৌচুমীৰ প্ৰভাৱত ১৯ জুলাইৰ পৰা ২১ জুলাইলৈ অসম, মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় কেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণ হ’ব।

বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে অসম,মেঘালয় আৰু পশ্চিম বংগৰ ক্ষেত্ৰত ৰেড এলাৰ্ট জাৰি কৰিছে।

উল্লেখ্য অসমৰ বান পৰিস্থিতি দিনক দিনে শোচনীয় হৈ গৈ আছে।

এতিয়ালৈকে বানত ৰাজ্যখনত ৭৬ গৰাকী লোকৰ মৃত্যু ঘটিছে।

শেহতীয়া কেইটামান দিনত এসমত বান আৰু পাহাৰৰ পৰা মাটি খহি পৰাৰ ফলত ১০২ গৰাকী লোকে মৃত্যুক সাৱটি লবলগীয়া হৈছে।

এনে পৰিস্থিতিত পুনৰ ধাৰাসাৰ বৰষুণ হ’লে বানাক্ৰান্ত সকলৰ আলাই-আথানি নোহোৱা হ’ব।

Recent News

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd