DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ এনিমেল কৰিড’ৰত ট্ৰাক, টেংকাৰ আৰু টেইলৰৰ পাৰ্কিং নিষিদ্ধ জিলা উপায়ুক্তৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
December 4, 2019 2:02 pm
Parking

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

10.4k
VIEWS
Share on FacebookShare on Twitter

দেশৰ সৰ্বোচ্চ ন্যায়লয়ত চেন্ট্ৰেল এমপাৱাৰ্মেণ্ট কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ উদ্ধিতৃৰে গোলাঘাটৰ জিলা উপায়ুক্তই কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কিছু অংশত আজিৰে পৰা সকলোবোৰ গধুৰ যান-বাহন ৰখোৱাতো নিষিদ্ধ কৰিছে৷

কাজিৰঙাৰ ‘এনিমেল কৰিডৰ’ত যান-বাহনৰ বাবে বন্যপ্ৰাণী সমূহে সন্মুখিন হৈ অহা বিপদৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই আজি ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰা অনুসৰী জি এম জে ১০/২০০৬-১১/৭৪ নম্বৰ নিৰ্দেশ যোগে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বোকাখাতৰ বৰজুৰিৰ পৰা বাগৰিলৈকে পথছোৱাত ন’ পাৰ্কিং জ’ন হিচাবে চিনাক্ত কৰি ট্ৰাক, টেংকাৰ আৰু টেইলাৰ ৰখোৱা বন্ধ কৰা বুলি ঘোষণা কৰিছে৷

এই নিৰ্দেশৰ পাচতেই বোকাখাতৰ বৰজুৰিৰ পৰা বাগৰিলৈকে থকা ৩৭ নং ৰাষ্ট্ৰীয় পথছোৱাৰ দুষোকাষে ট্ৰাক, টেংকাৰ বা টেইলাৰৰ দৰে গধুৰ যান-বাহন ৰখাব নোৱাৰিব৷

উল্লেখযোগ্য যে, চেন্ট্ৰেল এমপাৱাৰ্মেণ্ট কমিটিৰ প্ৰতিবেদনত এই পথছোৱাত আৱৰ্জনা পেলাই বা গাড়ী পৰিস্কাৰ কৰি এনিমেল কৰিড’ৰৰ লগতে সমীপেৰে বৈ যোৱা ডিফলু নদী প্ৰদূষিত কৰা বুলিও উল্লেখ কৰা হৈছে৷

মনকৰিব লগীয়া যে বোকাখাত পৌৰসভাই নগৰৰ আৱৰ্জনা সমূহ দীৰ্ঘ দিনৰে পৰাই ডিফলু নদীৰ পাৰত পেলাই আহিছিল৷

ডিফলু নদী কাজিৰঙাৰ মাজেৰে বৈ গৈ বুঢ়াপাহাৰ অঞ্চলত কাজিৰঙাত পৰিছে৷

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd