• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাঙৰ দুৰ্ঘটনা! নিউয়ৰ্কৰ হাডছন নদীত ভাঙি পৰিল হেলিকপ্টাৰ; ৬ জন লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2025 8:34 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ হাডছন নদীত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। তাত ৫ জন যাত্ৰী আৰু ১ জন পাইলটসহ এখন হেলিকপ্টাৰ হাডছন নদীত ভাঙি পৰে। খবৰ অনুসৰি এই ঘটনাত ৬ জন লোকৰ মৃত্যু হৈছে। বাতৰি অনুসৰি নিহতসকলৰ ভিতৰত তিনিটি শিশুও আছে।

আমেৰিকাৰ নিউয়ৰ্কৰ হাডছন নদীত ভয়ংকৰ দুৰ্ঘটনাত এখন হেলিকপ্টাৰ ভাঙি পৰিছে। এলেকাৰ মেয়ৰ এৰিক এডামছে জনায় যে মৃত্যু হোৱা লোকসকলৰ অধিকাংশই স্পেইনৰ নাগৰিক। আহতসকলৰ ভিতৰত দুজনক প্ৰথমে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও পিছত মৃত্যু হোৱা বুলি কোৱা হৈছে।

Apply Now

বিষয়াসকলে যদিও এতিয়াও দুৰ্ঘটনাত নিহতসকলৰ পৰিচয় প্ৰকাশ কৰা নাই, নিউয়ৰ্ক পোষ্টে প্ৰকাশ কৰা অনুসৰি কপ্টাৰখনত থকাসকলৰ ভিতৰত আছে স্পেইনৰ ছিমেন্সৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া অগাষ্টিন এস্কোবাৰ, তেওঁৰ পত্নী আৰু তেওঁলোকৰ তিনিটা সন্তান।

নিউয়ৰ্কৰ মেয়ৰ এৰিক এডামছে তেওঁৰ বিবৃতিত কয় যে এই সময়ত নিহত ছয়জনকে  পানীৰ পৰা তুলি অনা হৈছে। আৰু দুখৰ বিষয় যে ছয়জনকে মৃত বুলি ঘোষণা কৰা হৈছে।’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ কয়, “হাডচন নদীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। দেখি ধাৰণা হৈছে পাইলট, দুজন প্ৰাপ্তবয়স্ক আৰু তিনিটা শিশুকে ধৰি ছয়জন মানুহ আৰু আমাৰ মাজত নাই। দুৰ্ঘটনাটোৰ ফুটেজটো ভয়ংকৰ।”

নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম দ্য ট্ৰুথত ট্ৰাম্পে লিখিছে, “ভগৱানে নিহতসকলৰ পৰিয়াল আৰু আত্মীয়ক আশীৰ্বাদ কৰক। পৰিবহণ সচিব শ্বেন ডাফী আৰু তেওঁৰ দক্ষ কৰ্মচাৰীসকল জাহাজখনত আছে। ঠিক কি ঘটিছিল আৰু কেনেকৈ ঘটিল সেই বিষয়ে অতি সোনকালে ঘোষণা কৰা হ’ব।”

নিউয়ৰ্ক আৰক্ষী আয়ুক্ত জেচিকা টিচৰ মতে, নিউয়ৰ্ক হেলিকপ্টাৰ ট্যুৰছৰ দ্বাৰা পৰিচালিত বেল ২০৬ হেলিকপ্টাৰখনে চহৰৰ হেলিপেডৰ পৰা বিয়লি প্ৰায় ৩ বজাত হাডছন নদীৰ ওপৰেৰে উত্তৰ দিশলৈ উৰি গৈছিল।

প্ৰত্যক্ষদৰ্শীয়ে জনায় যে তেওঁলোকে হেলিকপ্টাৰখন দ্ৰুতগতিত যোৱা দেখিছিল। আৰু এটা ডাঙৰ শব্দ কৰি পানীত পৰি গৈছিল। পৰি যোৱাৰ পিছতো হেলিকপ্টাৰখনৰ পিছফালৰ অংশটো কিছু সময় নদীৰ ওপৰত উপঙি আছিল। বহুতে কয় যে হেলিকপ্টাৰখন আকাশৰ মাজতে ভাঙি যায় আৰু পিছত হাডছন নদীত পৰি যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd