• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আপোনাৰ ফেইচবুক একাউন্টৰ গোপনীয়তা কেনকৈ ৰক্ষা কৰিব? চাওক পাঁচটা কিটিপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 22, 2020 11:05 am

2 min read

0f44875b08d395a1c63957f2241dee2f

প্ৰতিনিধিত্বমূলক ছবি

5.1k
VIEWS
Share on FacebookShare on Twitter

চ’ছিয়েল মিডিয়াৰ আটাইতকৈ জনপ্ৰিয় মাধ্যম হৈছে ফেইচবুক। বিশ্বৰ প্ৰায়সংখ্যক মানুহৰে আজিৰ তাৰিখত একোটা ফেইচবুকৰ একাউন্ট আছে।

ফেইচবুকৰ যোগেদি সমাজত বিভিন্ন ধনাত্মক কাম সম্পন্ন হ’লেও ইয়াৰ ঋণাত্মক প্ৰভাৱে সমাজৰ ক্ষতি কৰাও দেখা গৈছে।

আনকি একাংশ দুষ্কৃতিকাৰীয়ে আনৰ ফেইচবুকৰ একাউন্ট হেক কৰি গোপনীয়তা ফাদিল কৰা উপৰি অসামাজিক প’ষ্ট আদি শ্বেয়াৰ কৰি বিপদ পেলোৱা দেখা যায়।

সেয়ে ফেইচবুক ব্যৱহাৰকাৰীয়ে নিজৰ একাউন্টৰ গোপনীয়তা ৰক্ষা কৰি চলিব লাগে।

বন্ধুত্ব নিৰ্বাচন

ফেইচবুকৰ একাউন্ট এটাৰ খোলাৰ পিছত বন্ধুত্ব নিৰ্বাচনত সচেতন হ’ব লাগে। অপৰিচিত আৰু প্ৰফাইলত ডিটিলেইছ উল্লেখ নথকা একাউন্টৰ গৰাকীক ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহণ কৰা উচিত নহয়।

ৰিভিউ প’ষ্ট

কিছুমানে অনাহক বা অআহূত প’ষ্টত আপোনাক টেগ কৰি লাজত পেলাব পাৰে। সেই বাবে আপুনি নিজৰ একাউণ্টৰ প’ষ্টবোৰ ৰিভিউ কৰি থাকিব লাগে। যদি কোনোৱে আপোনাক তেনে প’ষ্টত টেগ কৰে আপুনি লগে লগে টেগটো ৰিম’ভ কৰিব পাৰে। আপুনি নিজৰ টাইম লাইন আৰু টেগিঙত গৈ ক্লীক কৰি টেগ ৰিভিউ কৰিব পাৰে।

নিজৰ টাইম লাইন নিয়ন্ত্ৰণ কৰি ৰাখিব তথা প’ষ্ট প্ৰাইভেছি

আপুনি নিজৰ টাইম লাইন নিৰ্দিষ্ট মানুহৰ বাবেহে উপলব্ধ কৰিব পৰাও সুবিধাও আছে। আপোনাৰ ফ্ৰেইণ্ড লিষ্টত থকা কোনো ব্যক্তিক আপোনাৰ প’ষ্ট প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত কৰি ৰাখিব পাৰে।

স্থায়ীভাৱে ব্লক

যদি কোনো ব্যক্তিয়ে আপোনাক হাৰাশাস্তি কৰে অথবা আপোনাৰ ব্যক্তিত্বক হেয় প্ৰতিপন্ন কৰিব খুজিছে তেনে লোকক আপুনি স্থায়ীভাৱে ব্লক কৰিব পাৰে। ব্যক্তিজনক ব্লক কৰাৰ পিছত তেওঁ ফেইচবুকত আপোনাৰ কোনোপ্ৰধ্যে আৰু হাৰাশাস্তি কৰিব নোৱাৰিব।

Recent News

অৰুণাচলত অস্ত্ৰ-শস্ত্ৰ সহ পাঁচগৰাকী নগা বিদ্ৰোহীৰ আত্মসমৰ্পন

অৰুণাচলত অস্ত্ৰ-শস্ত্ৰ সহ পাঁচগৰাকী নগা বিদ্ৰোহীৰ আত্মসমৰ্পন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd