• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

যোৰহাটৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ গৌৰৱক অক্ষু্ন্ন ৰখাৰ প্ৰয়াস প্ৰাক্তন শিক্ষাৰ্থী সন্থাৰ

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
September 5, 2018 2:25 pm
Screenshot_2018-09-04-21-11-44-676_com.miui.gallery
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ আটাইতকৈ প্ৰাচীন ইংৰাজী মাধ্যমৰ বিদ্যালয় হেমলতা সন্দৈকৈ স্মাৰক প্ৰতিষ্ঠানৰ ( Hemalata Handiqui Memorial Institute) ২০১২ চনত সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপন কৰা হৈছিল। সোণালী জয়ন্তী উদ্‌যাপনৰ অন্ত পৰিছিল, কিন্তু ৰৈ গৈছিল প্ৰাক্তন ছাত্ৰ সন্থাই গ্ৰহণ কৰা প্ৰতিজ্ঞা— যেনেকৈয়েই নহওক এই আগশাৰীৰ শিক্ষানুষ্ঠানৰ গৌৰৱক পুনৰ্জীৱিত কৰাত সহযোগিতা আগবঢ়োৱাৰ।

এই প্ৰতিজ্ঞাকেই সাৰোগত কৰি, সংস্থাই এইবাৰ পঞ্চমবাৰৰ বাবে আয়োজন কৰিবলৈ ওলাইছে আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা। নুমলীগড় ডিপিএছ আৰুআছাম ভেলী স্কুলৰ দৰে শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰাৰ পাছত এই প্ৰতিযোগিতাৰ পৰিসৰ বাঢ়ি গৈছিল।

Apply Now

পঞ্চম সদৌ অসম আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ প্ৰাইজমানি হৈছে ২০,০০০ টকা আৰু এই ধনখিনি বিভিন্ন শাখাৰ বিজয়ী প্ৰতিযোগীৰ মাজত ভাগ কৰা হ’ব। এই প্ৰতিযোগিতাখন অক্টোবৰৰ ৬ তাৰিখে বিদ্যালয়খনৰ সোণালী জয়ন্তী ভৱনত পুৱা ৯-০০ বজাৰ পৰা আৰম্ভ হ’ব। এই বছৰৰ তৰ্ক প্ৰতিযোগিতাৰ বিষয় হৈছে, ‘দেশৰ উন্নতিৰ বাবে সকলো পৰ্যায়ৰ সংৰক্ষণ উঠাই দিব লাগে।‘

তৰ্ক প্ৰতিযোগিতা হিন্দী আৰু ইংৰাজী ভাষাত অনুষ্ঠিত হ’ব আৰু দ্বাদশ মানৰ ছাত্ৰ-ছাত্ৰীলৈকে মুকলি থাকিব। বিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ ৰমেশ অগ্ৰৱালে কৈছে যে হিন্দী আৰু ইংৰাজী ভাষাত অনুষ্ঠিত হ’বলগীয়া এই তৰ্ক প্ৰতিযোগিতাখন চাবলগীয়া হ’ব।

সন্থাৰ নতুনটো গোট হৈছে যে সভাপতি ৰাজিন্দৰ সিং ভাম্ৰাহ,  উপ সভাপতি মেডিনি কামাল,  সম্পাদক যুগল বাজাজ,  যুটীয়া সম্পাদক অভিলাষ বৰুৱা, আৰু ধন-ভড়ালী অসীম সৰৱাটেৰে গঠিত দলটো।

উল্লেখ্য যে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাই ২০১৩ চনত তৰ্ক প্ৰতিযোগিতাখনৰ সূচনা কৰিছিল। প্ৰথম বছৰ কেইটাত সন্থাই বাতৰি কাকত পঢ়াৰ বাবে ৰেক আৰু ব’ৰ্ড আদিও দান কৰিছিল।

হেমলতা সন্দৈকৈ স্মাৰক প্ৰতিষ্ঠান বিদ্যালয়খন চিবিএছইৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। ২০০৮ চনৰ পৰা বিদ্যালয়খনত উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকলৈ শ্ৰেণী খোলা হৈছে।

এই বছৰৰ স্বাধীনতা দিৱসৰ পেৰেডত প্ৰথম স্থান অধিকাৰ কৰিছিল বিদ্যালয়খনে। এই বিদ্যালয়খন স্থাপন কৰিছিল পণ্ডিত প্ৰৱৰ, মাইনৱ হিতৈষী কৃষ্ণকান্ত সন্দিকৈদেৱে তেওঁৰ পত্নী হেমলতা সন্দিকৈৰ স্মৃতিত।

এগৰাকী শিক্ষাবিদৰ বাবে তেওঁৰ পত্নীক শেষ শ্ৰদ্ধা জনোৱাৰ ইয়াতকৈ সৰ্বত্তোম উপায় কি হ’ব পাৰে?

যোৰহাটৰ  প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু উজনি অসমৰ তৃতীয়খন বিদ্যালয় ‘হেমলতা সন্দৈকৈ স্মাৰক প্ৰতিষ্ঠান’ স্থাপন কৰা হৈছিল ১৯৬২ চনত। চীনে ভাৰত আক্ৰমণ কৰাৰ কেইমাহ মান পূৰ্বে।

পণ্ডিপ প্রবৰ সন্দিকৈদেৱৰ পুত্ৰ বিজয়কৃষ্ণ সন্দিকৈয়ে এই বিদ্যালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল। উল্লেখযোগ্য যে বিজয়কৃষ্ণ সন্দিকৈ যোৰহাটৰ পৰা ৫ বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd