• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটা জিলা উচ্চ পৰ্যায়ৰ পথ সুৰক্ষা সমিতিৰ বৈঠক : ১১,৯২৫ টা গোচৰ ৰুজু, ২.১০ কোটিৰ জৰিমনা সংগ্রহ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
December 28, 2020 7:13 pm
IMG-20201228-WA0005
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পথ-সুৰক্ষাৰ বাবে ৰূপায়িত আইনসমূহ কঠোৰ ভাবে কাৰ্যকৰী কৰিবলৈ বৰপেটা লোক সভাৰ সাংসদ আব্দুল খালেকে আহ্বান জনাইছে।

আজি বৰপেটা জিলা উচ্চ পৰ্যায়ৰ পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰি তেওঁ কয় যে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰশ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেয়েহে আনকি গাঁৱে-ভূঞে চলি থকা বাহনসমূহৰ অ’ভাৰ-লোডিঙৰ বিৰুদ্ধেও আৰক্ষী তথা পৰিবহন বিভাগক কঠোৰ হবলৈ তেওঁ পৰামৰ্শ দিয়ে।

Apply Now

ইফালে বৰপেটা-পাটাছাৰকুছিৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম পূৰ্ব নিৰ্ধাৰিত ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি সাংসদজনে অহা ৩১ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰিলে কে এম চি নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোক ব্লেক লিষ্টেড কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাব বুলি সকীয়াই দিয়ে।

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে ভাৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া হিমাংশু দাসে বৰপেটা জিলাৰ পথ সুৰক্ষাৰ বিভিন্ন দিশৰ ব্যাখ্যা দাঙি ধৰি কয় যে জিলা পথ সুৰক্ষা সমিতিৰ আশাসুধীয়া প্ৰচেষ্টা আৰু ৰাইজৰ সহযোগিতাৰ ফলত যোৱা বছৰৰ তুলনাত চলিত বৰ্ষত পথ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

এই সম্পৰ্কত পৰিসংখ্যা দাঙি ধৰি তেওঁ কয় যে যোৱা বছৰ ছেপ্টেম্বৰ মাহত সংঘটিত ৪৭ টা পথ দুৰ্ঘটনাৰ বিপৰীতে এই বছৰৰ একে মাহত ১৯ টা দুৰ্ঘটনা সংঘটিত হৈছে। একেদৰে অক্টোবৰ মাহত যোৱা বছৰ ৪৫ টা দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এইবছৰ ১৪ টা দুৰ্ঘটনা জিলাখনত সংঘটিত হয়। নৱেম্বৰ মাহৰ পৰিসংখ্যা হ’ল ৪০ আৰু ১৭।

তেওঁ লগতে জনোৱা মতে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে প্ৰচাৰমূলক সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে বিধি বহিৰ্ভূত যান-বাহন চালকৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই যোৱা ২০১৯-২০ বিত্তীয় বৰ্ষটোত এই পৰ্যন্ত ১১, ৯২৫ টা গোচৰ ৰুজু কৰি ২.১০ কোটি টকা জৰিমনা সংগ্ৰহ কৰা হৈছে।

সভাত পাৱাৰ প‌ইন্ট উপস্থাপনৰ জৰিয়তে বৰপেটা জিলাৰ পথসমূহৰ স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি তাৰ আসোঁৱাহসমূহ দূৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়।

সভাত অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ আৰু নৱজিৎ পাঠক, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, লোক নিৰ্মাণ পথ বিভাগৰ বৰপেটা ক্ষেত্ৰীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভাৰত দাস, সৰভোগ সংমণ্ডলৰ কামজিৎ দাস, যান-বাহন পৰিদৰ্শক পঙ্কজ দাস, বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ প্ৰতিনিধি, নিৰ্মাণ কাৰী সংস্থা কে এম চিৰ প্ৰতিনিধি আদি উপস্থিত থাকে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd