DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিৰ ভূৰবন্ধাত বান সাহায্য বিতৰণত খেলিমেলিৰ অভিযোগ তুলি পৰিবেশ উত্তপ্ত কৰিলে বন্যাক্ৰান্তই

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
July 19, 2019 8:27 pm
VideoCapture_20190719-195824

চামগুৰিৰ সাহায্য শিবিৰত বানাক্ৰান্ত ৰাইজ

357
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ ভূৰবন্ধা, ভগামুখ আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়াচাপৰিত বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও বৰ্তমানেও বানাক্ৰান্ত ৰাইজসকল নিজৰ ঘৰলৈ উভতি যাব পৰা নাই৷

এতিয়াও বানাক্ৰান্ত ৰাইজসকল আশ্ৰয় শিবিৰতে আশ্ৰায়গ্ৰহণ কৰি থাকিবলগীয়া হৈছে। আজি দুপৰীয়া ভূৰবন্ধা গাঁও পঞ্চায়তত বান আক্ৰান্ত ৰাইজৰ মাজত চৰকাৰী বান সাহায্য সামগ্ৰী বিতৰণৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ভূৰবন্ধা পঞ্চায়তৰ একাংশ আশ্ৰয় শিৱিৰত থকা বন্যাৰ্তই বান সাহায্য সামগ্ৰী বিতৰণক কেন্দ্ৰ কৰি ব্যাপক খেলিমেলিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

বান বিধ্বস্ত ৰাইজে জনৈক লক্ষ্মণ নামৰ এজন গাঁওবুঢ়াৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ প্ৰকাশ কৰি বান সাহায্য বিতৰণত বেমেজালি কৰা বুলি উল্লেখ কৰে।

উক্ত গাঁওবুঢ়াজনে পক্ষপাতিত্বমূলক স্থিতি গ্ৰহণ কৰি নীতি বহিৰ্ভূতভাৱে চৰকাৰী বান সাহায্য সামগ্ৰী বিতৰণ কৰাৰ অভিযোগ তোলে স্থানীয় একাংশ সাহায্য বঞ্চিত বানাক্ৰান্ত ৰাইজে।

তাৰপাছতে, ভূৰবন্ধা অঞ্চলৰ একাংশ ক্ষুব্ধ বন্যাৰ্তই সাহায্য সামগ্ৰী বিতৰণৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে।

উল্লেখযোগ্য যে, বানাক্ৰান্ত ৰাইজৰ দুৰ্যোগৰ সময়ত গাঁওবুঢ়াজনৰ ওপৰত ৰাইজে কৰা অভিযোগ যদি সঁচা হয় তেন্তে এইজন গাঁওবুঢ়াৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd