• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৃহ মন্ত্ৰালয়ৰ দলে কুকি জো গোটৰ সৈতে আলোচনা আৰম্ভ কৰাৰ লগে লগে ৰুদ্ধ ঘাইপথ! অচল দুখনকৈ জিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2025 9:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮ মাৰ্চৰ হিংসাত্মক সংঘৰ্ষৰ তিনিদিন পাছত কুকি-জো চুৰাচান্দপুৰ জিলা অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে মুকলি কৰাৰ সময়তে মঙলবাৰে (১১ মাৰ্চ, ২০২৫) চুৰাচান্দপুৰত উপস্থিত হয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকল।

কিন্তু উত্তৰ আৰু দক্ষিণে ক্ৰমে মেইটেই প্ৰধান ইম্ফল উপত্যকাৰ কাষে কাষে থকা কুকি-জো প্ৰধান জিলা কাংপকপি আৰু চুৰাচান্দপুৰ দুয়োখন জিলাতে ক্ৰমাগত চতুৰ্থ দিনটোৰ বাবে বাণিজ্যিক বাহনৰ চলাচল বন্ধ হৈ থাকিল।

Apply Now

৮ মাৰ্চত কুকি-জো জনসাধাৰণ আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ মাজত সকলো বাহনৰ বাবে “মুক্ত চলাচল” বলবৎ কৰাক লৈ সংঘৰ্ষৰ কেন্দ্ৰবিন্দু কাংপকপি বন্ধ হৈ আছিল কাৰণ চৰকাৰী বিষয়াসকলে নাগৰিক সমাজৰ নেতাৰ সৈতে আলোচনা কৰিছিল। তদুপৰি হিংসাত্মক ঘটনাৰ সময়ত নিহত প্ৰতিবাদকাৰী লালগৌথাং চিংসিটৰ সৎকাৰ এতিয়াও হোৱা নাই।

দিনটোত কাংপকপিত চমুকৈ যান-বাহনৰ চলাচলৰ অনুমতি দিয়া হৈছিল। কিন্তু দুপৰীয়ালৈকে মহিলা প্ৰতিবাদকাৰীয়ে পুনৰ পথ অৱৰোধ কৰি ৰাখিছিল, আনকি নিৰাপত্তাৰক্ষীৰ কনভয়কো ৰখাই দিছিল।

কাংপকপিত প্ৰতিবাদৰ নেতৃত্ব দিয়া কমিটি অন ট্ৰাইবেল ইউনিটি (COTU)য়ে কেন্দ্ৰীয় বিষয়াসকলৰ সৈতে আলোচনা সেই জিলাতে অনুষ্ঠিত কৰিবলৈ দাবী জনাইছিল। অৱশ্যে মঙলবাৰে সন্ধিয়ালৈকে চলি থকা এই বৈঠকত COTU সদস্যসকলেও অংশগ্ৰহণ কৰে। আলোচনা সন্দৰ্ভত অধিক সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই।

ইফালে, মণিপুৰৰ সেনাপতি জিলাত তেওঁলোকৰ বাছ গৰ্জত বাগৰি পৰাত সীমান্ত সুৰক্ষা বাহিনীৰ তিনিজন জোৱান নিহত হোৱাৰ লগতে কমেও ১৩জন আহত হয়। ততাতৈয়াকৈ আহত জোৱানক ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়।

চুৰাচান্দপুৰৰ মহিলা প্ৰতিবাদকাৰীয়ে মেইটেই প্ৰধান ইম্ফল-বিষ্ণুপুৰ ফালৰ পৰা অহা বাহনসমূহ পৰীক্ষা কৰি বেছিভাগ বাহন, আনকি অ-মেইটেই সম্প্ৰদায়ৰ বাহনকো ঘূৰাই ঘূৰাই আনে।

বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰৰ মাজৰ বাফাৰ জ’নত নিয়োজিত সেনা আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে ক্লিয়াৰ কৰা বাহনসমূহ পৰীক্ষা কৰি জিলা সীমান্তত বহি প্ৰায় ২০০ গৰাকী মহিলা, বেছিভাগেই ক’লা পোছাক পৰিহিত। প্ৰতিবাদকাৰী মহিলাসকলৰ মাজত আছিল গৃহিণী, ছাত্ৰ-ছাত্ৰী, পেছাদাৰী, চৰকাৰী বিষয়া।

২০২৩ চনৰ মে’ মাহত মণিপুৰত জাতিগত হিংসাৰ সূচনা হোৱাৰ পাছৰে পৰা পাহাৰৰ কুকি-জো লোক আৰু উপত্যকাৰ মেইটেই লোকক শাৰীৰিকভাৱে পৃথক কৰা হৈছে যদিও ব্যৱসায়িক বাহন চলি আছিল। ১৩ ফেব্ৰুৱাৰীত মণিপুৰক ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ অনা হৈছিল আৰু ১ মাৰ্চত অনুষ্ঠিত নিৰাপত্তা পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৮ মাৰ্চৰ পৰা ৰাজ্যখনৰ ঘাইপথত সকলো বাহনৰ মুক্ত চলাচলৰ নিৰ্দেশ দিছিল।

ইফালে, মণিপুৰৰ সেনাপতি জিলাত তেওঁলোকৰ বাছখন গৰ্জত বাগৰি পৰাত সীমান্ত সুৰক্ষা বাহিনীৰ তিনিজন জোৱান নিহত হোৱাৰ লগতে কমেও ১৩জন আহত হয়। আহত জোৱানকেইটাক ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd