• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ৰীড়া মন্ত্ৰণালয়ক অভিযোগ হিমা দাসৰ : কি অভিযোগ দিলে দেশৰ উদীয়মান এথলিট গৰাকীয়ে ?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2020 3:53 pm
hima-das-game-theory
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়াৰ বৃহত্তম ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটো হৈছে ভাৰতৰ পাটিয়ালাস্থিত নেতাজী সুভাষ নেশ্যনেল ইন্সটিটিউট অৱ স্প’ৰ্টছ (Netaji Subhas National Institute of Sports)।

অত্যাধুনিক পৰিকাঠামোৰ দেশৰ বৃহত্তম SAI(Sport Authority of India)ৰ এই প্ৰশিক্ষণ কেন্দ্ৰটো আকৌ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নিম্ন মানৰ খাদ্য যোগান ধৰাৰ বাবে।

Apply Now

এছিয়ান গেমছৰ পদক বিজয়ী তথা দেশৰ প্ৰথমশাৰীৰ এথলিট অসমৰ হিমা দাসে এই অভিযোগ উত্থাপন কৰিছে দেশৰ বৃহত্তম ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিপক্ষে।

উল্লেখ্য যে কিছু দিন পূৰ্বে কেন্দ্ৰটোৰ বিৰুদ্ধে কোভিড১৯ৰ প্ৰটোক’ল ভংগৰ কৰাৰ অভিযোগো উত্থাপন হৈছিল।

ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটোৰ কৰ্মচাৰীসহ অলিম্পিক খেলাৰ সুযোগ পোৱা দুগৰাকী বক্সাৰে কোভিড১৯ প্ৰটোক’ল ভংগ কৰিছিল বুলি চৰ্চা লাভ কৰিছিল।

এই বিতৰ্কৰ পিছতে এইবাৰ হিমা দাসে কেন্দ্ৰটোত অতি নিম্ন মানৰ খাদ্য দিয়া হয় বুলি অভিযোগ উত্থাপন কৰিছে।

আনকি এথলিট হিমা দাসে এই অভিযোগ সম্বলিত এক পত্ৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে।

হিমা দাসৰ মতে কেন্দ্ৰটোৰ এনে নিম্ন মানৰ খাদ্যৰে আন্তজাৰ্তিক মানদণ্ডৰ প্ৰতিযোগিতাত পদক জয়ী কৰা সম্ভৱ নহয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে হিমা দাসে খাদ্যত মানুহৰ নখ পোৱাৰ ফ’টো তুলি কেন্দ্ৰটোৰ বিষয়াক অভিযোগ দাখিল কৰিছিল যদিও তেতিয়া কোনো ফল ধৰা নাছিল।

কিন্তু ইয়াৰ পিছত হিমা দাসে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজুজুক অভিযোগ দাখিল কৰাত মন্ত্ৰীগৰাকীয়ে SAIৰ কৰ্তৃপক্ষক এই বিষয়ে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

মন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতে কৰ্তপক্ষই খাদ্য পৰিদৰ্শন কমিটি গঠন কৰি দিছিল।

এতিয়া প্রশ্ৰ উত্থাপন হৈছে, SAIৰ কৰ্তৃপক্ষই এখন খাদ্য পৰিদৰ্শন কমিটি গঠন কৰি দিয়াৰ পিছতো কেনেকৈ কেন্দ্ৰটোৰ খাদ্য ইমান নিম্ন মানৰ বুলি দেশৰ প্ৰথম শ্ৰেণীৰ এগৰাকী এথলিটে দেশৰ ক্ৰীড়া মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল!

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd