• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এমাহৰ ভিতৰত ছটা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পোৱা হিমা বিশ্ব চেম্পিয়নশ্বিপৰ যোগ্যতা অৰ্জনত ব্যৰ্থ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2019 11:15 am
hima-das_

হিমা দাসৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুলাই আৰু আগষ্ট মাহত একেৰাহে ছখন আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত স্বৰ্ণ পদকৰে ইতিহাস ৰচা অসম কন্যা হিমা দাসে আগন্তুক বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰত অংশ নলয়।

কিয়নো কোনো এখন প্ৰতিযোগিতাতে বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জনকাৰী মাপ স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল হিমা।

Apply Now

উল্লেখ্য যে বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰৰ যোগ্যতা নিৰ্ধাৰণকাৰী সময় হৈছে ৫১.৮০। কিন্তু হিমাৰ শেহতীয়া সময় হৈছে ৫২.০৯ ছেকেণ্ড।

বিশ্ব চেম্পিয়নশ্বিপৰ বাবে অন্তিম কোৱালিফায়িং টুৰ্ণামেণ্ট হ’ল ইণ্ডিয়ান গ্ৰা: পি:। এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব ৫ ছেপ্তেম্বৰত। কিন্তু হিমাই প্ৰতিযোগিতাখনত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে।

হিমাৰ এই সিদ্ধান্তৰ পাছতেই বিশ্ব চেম্পিয়নশ্বিপত পদক অৰ্জনেৰে দেশবাসীক পুনৰ গৌৰৱান্বিত কৰাৰ আশা পুহি ৰখা ক্ৰীড়া প্ৰেমীসকল নিৰাশ হোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : ২০ দিনত পাঁচটাকৈ স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতো যোগ্যতা অৰ্জন কৰিব পৰা নাই হিমাই 

ইফালে প্ৰতিযোগিতাখনত ৪x৪০০ মিটাৰ ৰীলে ৰেচত হিমাই অংশ ল’ব পাৰিব নে নোৱাৰে তাক লৈও সন্দেহ।

ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনে ১৬ ছেপ্তেম্বৰৰ পাছতহে ৪x৪০০ মিটাৰ ৰীলেৰ ৰেংকিং প্ৰকাশ কৰিব। আৰু প্ৰকাশিত ৰেংকিঙৰ শীৰ্ষ আঠত যদি ভাৰতীয় দলে স্থান পায়, তেন্তে বিশ্ব চেম্পিয়নশ্বিপৰ ৰীলে ৰেচত হিমাই অংশ ল’ব।

উল্লেখ্য যে যোৱা বছৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেইমছত ৫০.৭৯ ছেকেণ্ডেৰে ৰূপৰ পদক অৰ্জন কৰিছিল হিমাই। কিন্তু হিমাই সেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব নোৱাৰাত ২৭ ছেপ্তেম্বৰৰ পৰা ৬ অক্টোবৰলৈ ডোহাত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm
তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm
ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

June 21, 2026 4:04 pm
‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm
তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd