• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দুৰ্যোগপীড়িত জনসাধাৰণক সহায়ৰ মানসেৰে সঞ্চিত ধন দান হিমাচলৰ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 7:45 pm
Himachal CM Sukhvinder Singh Sukhu
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোৱা হয়, ৰাজনীতি সম্পদ আহৰণৰ সুগম পথ। ৰাজনীতিৰ প্ৰকৃত অৰ্থ বা উদ্দেশ্য এয়া নহ’লেও ভাৰতীয় ৰাজনীতিত পিছে এই কথাষাৰেই প্ৰায় সময়ত পতীয়মান হয়। পিছে এই পৰিৱেশৰ মাজতে নিজৰ দায়িত্ব পালনেৰে চৰ্চাত আহিছে এগৰাকী মুখ্যমন্ত্ৰী।

কিছুদিন পূৰ্বে বান আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছিল পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ। প্ৰকৃতিৰ তাণ্ডৱত প্ৰাণ হেৰুৱাইছিল বহু লোকে, হৈছিল বিস্তৰ ক্ষতিসাধন। দুৰ্যোগে ধুই যোৱা ৰাজ্যখনৰ জনসাধাৰণৰ কাষত থিয় দিছে মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখু।

Apply Now

নিজৰ সঞ্চিত প্রায় ৫১ লাখ টকা ‘আপদা ৰাহত কোষ’লৈ দান কৰি পাহাৰীয়া ৰাজ্যখনৰ দুৰ্যোগপীড়িত জনসাধাৰণৰ সহায়ৰ বাবে আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে ৰাজ্যিক সাহায্য পুঁজিলৈ নিজৰ এবছৰৰ দৰমহাৰ ১১ লাখ টকা বৰঙণি আগবঢ়ায়।

ৰাজ্যবাসীৰ প্ৰতি কৰ্তব্যৰ ইংগিত প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী কমলেশ ঠাকুৰে শুকুৰবাৰে ছিমলাস্থিত তেওঁলোকৰ চৰকাৰী বাসগৃহত ৰাজ্যৰ মুখ্য সচিব প্ৰবোধ ছাক্সেনাক ৫১ লাখ টকাৰ চেক প্ৰদান কৰে।

সংবাদ মাধ্যমৰ আগত সুখুৱে কয় যে ৰাজ্যখনত শেহতীয়াকৈ দুৰ্যোগৰ সময়ত জনসাধাৰণৰ যন্ত্ৰণা আৰু দুৰ্দশা তেওঁ ভালদৰে উপলব্ধি কৰিব পাৰিছিল। প্ৰকৃতিৰ এই প্ৰলয়ংকাৰী ৰূপৰ ফলত হিমাচলত ২৬০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল।

মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনে শেহতীয়া সময়ত আটাইতকৈ কঠিন আৰু শোকাৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে। হিমাচলৰ জনসাধাৰণে একেলগে এই বিপৰ্যয়ৰ সন্মুখীন হৈছে আৰু চৰকাৰো জনসাধাৰণৰ বাবে কাম কৰিবলৈ দায়বদ্ধ বুলি তেওঁ লগতে কয়।

উল্লেখ্য যে, ক’ভিডৰ বিপৰ্যয়ৰ সময়তো সুখবিন্দৰ সিং সুখুৱে নিজৰ ফিক্সড ডিপ’জিটৰ জৰিয়তে ৰাজ্যখনলৈ বৰঙণি আগবঢ়াইছিল। ইয়াৰ বাহিৰেও সময়ে সময়ে ৰাজ্যৰ বাবে দাতব্য কামত জড়িত হৈ আহিছে কংগ্ৰেছ নেতাগৰাকী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd