• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“হিমন্ত বিশ্ব আকৌ কংগ্ৰেছলৈ আহিব”

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2019 3:33 pm
himanta-1

মন্ত্ৰী হিমন্তৰ ফাইল ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে কলগাছিয়াৰ এখন নিৰ্বাচনী সভাৰ সময়ত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক্ষমতা অবিহনে থাকিব নোৱাৰে। কংগ্ৰেছ আকৌ ক্ষমতালৈ আহিলে তেৱোঁ আকৌ কংগ্ৰেছলৈ ঘূৰি অহাৰ চেষ্টা কৰিব পাৰে।

“হিমন্ত বিশ্ব শৰ্মা ক্ষমতা নোহোৱাকৈ কেতিয়াও থাকিব নোৱাৰে। ক্ষমতা যিপিনে থাকে, হিমন্ত সেই পিনেই থাকিব। ২৩ মে’ৰ (নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন) পিছত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ’ব, হিমন্ত পুনৰ কংগ্ৰেছলৈ আহিব”, সংবাদ মাধ্যমৰ আগত আব্দুল খালেকে কয়।

Apply Now

মন্ত্ৰীজন কংগ্ৰেছলৈ পুনৰ আহিলে কি কৰিব বুলি সোধা প্ৰশ্নত খালেকে আকৌ কয়, “তেখেতে চেষ্টা কৰিলেও আমি বাধা দিম। এনেকুৱা মানুহ আমাক নালাগে।”

ইপিনে বৰপেটা আৰু ধুবুৰীত কংগ্ৰেছে হিমন্তৰ কথা মতে হিমন্তৰ মানুহক প্ৰাৰ্থী হিচাপে থিয় কৰাইছে বুলি এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে কৰা অভিযোগৰ প্ৰশ্নত খালেকে কয়, “হিমন্তৰ লগত তেওঁৰহে যোগাযোগ আছে। হিমন্তৰ লগত আমি যদি থাকিলো হেঁতেন, আমি আজি কংগ্ৰেছত নাথাকিলো হেঁতেন। হিমন্তৰ পাৰ্টীত গ’লো হেঁতেন বা তেওঁৰ দৰে বিভাজনৰ ৰাজনীতি কৰিলো হেঁতেন।”

“এ আই য়ু ডি এফৰ কিছু সংখ্যক সমৰ্থকে কংগ্ৰেছে দলটোৰ লগত মিত্ৰতা নকৰা বাবে অকংগ্ৰেছীক ভোট দিবলৈ কোৱাৰ প্ৰসংগত কয়, ইয়াৰ পৰাই স্পষ্ট হয় যে বদৰুদ্দিন চাহাব বিজেপিৰ এজেণ্ট। অকংগ্ৰেছী মানে কি বিজেপিয়ে নহয় জানো?” এ আই য়ু ডি এফ দল আৰু মুৰব্বী বদৰুদ্দিন আজমলক আক্ৰমণ কৰি খালেকে কয়। দলটোক তেওঁ ব্লেকমেইলাৰ পাৰ্টি বুলিও কয়।

আজমল ডাঙৰীয়াৰ ৰিম’ট কণ্ট্ৰলটো হিমন্তৰ হাতত আছে বুলিও মন্তব্য কৰে। ১ এপ্ৰিলত কলগাছিয়াত জনিয়া যুৱ কংগ্ৰেছৰ সভাখনৰ সময়ত এই মন্তব্য কৰে জনিয়া সমষ্টিৰ বিধায়ক তথা বৰপেটাৰ প্ৰাৰ্থী খালেকে। সভাত আব্দুল খালেকৰ লগত বিধায়ক শুকুৰ আলী, জাকিৰ হুছেইন সিকদাৰ, শ্বেৰমান আলী, আব্দুল হাই নাগৰিকে ধৰি কেইবাজনো কংগ্ৰেছী নেতা উপস্থিত থাকে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd